• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সস্তীয়া হ’ব গুৱাহাটীৰ পৰা দক্ষিণ-পূব এছিয়াৰ দেশলৈ বিমান যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2018 4:47 pm
flight-pic-1-570x320
122
VIEWS
Share on FacebookShare on Twitter

‘উড়ে দেশ কা আম নাগৰিক’ (UDAN) আঁচনি প্ৰৱৰ্তন কৰি বিদেশ ভ্ৰমণো সস্তীয়া হোৱাৰ পথত আগবাঢ়িছে। এই আঁচনিৰ অধীনত চৰকাৰে ৰাজসাহায্য প্ৰাপ্ত আঞ্চলিক সংযোগ স্থাপন সম্ভৱ কৰাৰ লগতে  গুৱাহাটীৰ সৈতে ঢাকা, কাঠমাণ্ডু, কুৱালালামপুৰ, য়াংগুন, ছিংগাপুৰ আৰু বেংককক সংযোগ কৰাৰ বাবে আগবাঢ়িছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে চৰকাৰে ঢাকালৈ কৰা বিমান যাত্ৰাত ২,৩৭০ আৰু ছিংগাপুৰলৈ কৰা বিমান যাত্ৰাত ৭,৮৮০ টকা ৰাজসাহায্য প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। ইয়ে বিমান টিকটৰ ভাড়া সস্তা কৰিব আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সংযোগ বৃদ্ধি কৰিব।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অনুদানৰ ধনেৰে এটা বিমান সংযোগ পুঁজি গঠন কৰি এই ৰাজসাহায্য আৰম্ভ কৰা হ’ব।

অসামৰিক উড়ন মন্ত্ৰ্যালয়ৰ জাননী অনুসৰি সময়ে সময়ে এই পুঁজিসমূহ ৰাজ্য চৰকাৰ নতুবা ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ পৰ্যায়ত গঠন কৰা হ’ব। ৰাজসাহায্য প্ৰদান কৰাৰ বাবে গঠন কৰা এই এই পুঁজি ‘আছুতীয়া পুঁজি’ হ’ব। মঙলবাৰে অসামৰিক উড়ণ মন্ত্ৰ্যালয়ে এখন পৰামৰ্শ কাতত প্ৰকাশ কৰিছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd