• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ জীৱন গাথা; দুটা বিকল কিডনী লৈ অসহায় হৈ পৰিছে দুটি সন্তানৰ পিতৃ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 24, 2018 1:27 pm
Screenshot_20180824-123256_Video Player

ফটো : নৰ্থ-ইষ্ট নাও

117
VIEWS
Share on FacebookShare on Twitter

নামনি মাজুলীৰ পহুমৰা গাঁৱৰ অনিল হাজৰিকাৰ পুত্ৰ তথা দুটি সন্তানৰ পিতৃ ৰাতুল হাজৰিকাৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। পিতৃৰ এই অসুখত কনমানি সন্তানদ্বয় ৰিকি আৰু সংগীতাৰ ভৱিষ্যত এতিয়া অন্ধকাৰে চানি ধৰিছে।

প্ৰায় ৩২ বছৰীয়া ৰাতুলৰ ঘৰত আছে পত্নী আৰু বৃদ্ধ পিতৃ। দিন হাজিৰা কৰি পোহপাল দি থকা ৰাতুলৰ এই দুৰাৰোগ্য ৰোগ ধৰা পৰাৰ পাছৰে পৰা দিক বিদিক হেৰুৱাই পেলাইছে দৰিদ্ৰ পৰিয়ালটোৱে। কান্দি কান্দি কনমানি কেইটাৰ মুখৰ মাত হেৰাই গৈছে। এটাই কথা দেউতাকক ভাল কৰি আনি দিয়ক।

ইফালে পুত্ৰৰ এনে অৱস্থাত অসহায় পিতৃৰ চকুত চকুলোৰে বাট নেদেখা এক অবৰ্ণনীয় অৱস্থা। ২৮ তাৰিখে ৰাতুলক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিবৰ বাবে ডাক্তৰে পৰামৰ্শ দিছে কিন্তু ঘৰত এটকাও নথকাৰ বাবে কান্দি কান্দি ভাগৰি পৰিছে পৰিয়ালৰ আটাইকেইজন সদস্য।

এতিয়া পৰিয়ালটোৰ আকুল আহ্বান অসম বাসী ৰাইজৰ ওচৰত, সকলোৱে যেন অলপ সহায়ৰ হাত আগবঢ়ায়।  কোনো হৃদয়বান লোকে যদিহে ৰাতুলক সহায় কৰিব বিচাৰে তেনেহলে তেওঁৰ পিতৃৰ বেংক একাউণ্টত আৰ্থিক সাহায্য দিব পাৰিব।

তলত সকলো তথ্য আগবঢ়োৱা হ’ল।

ঠিকনা :  নামনি বালিচাপৰি পহুমৰা গাঁও। বেংকৰ নাম : অসম গ্ৰামীণ বিকাশ বেংক গড়মূৰ। একাউন্টৰ গৰাকী: অনিল হাজৰিকা ( পিতৃ)।

একাউণ্ট নং : 7201029000394

IFSC CODE : UTBIORRBAGB

ফোন নং: 8402921233

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd