• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত প্ৰেমিক আৰু প্ৰেমিকৰ মোমায়েককে ধৰি ৬ জনে পথাৰলৈ নি ধৰ্ষণ কৰিলে যুৱতীক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 24, 2018 5:29 pm
108
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া তথা আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত বৃহস্পতিবাৰে নিশা সংঘটিত এক নাৰকীয় কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে ঈদ খাবলৈ বুলি মাতি অনা প্ৰেমিকাক প্ৰেমিক সহ পাঁচ লম্পটে কাষৰীয়া পথাৰত দলবদ্ধ ধৰ্ষণ কৰে।

প্ৰাপ্ত তথ্য মতে গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত জয়নাল আবেদিন নামৰ লম্পট প্ৰেমিক জনে ঈদ খাবলৈ বুলি বোকোৰ গাৰো সম্প্ৰদায়ৰ প্ৰেমিকা গৰাকীক বৃহস্পতিবাৰে টুকুৰালৈ বুলি বাছৰে লৈ আহে।

আৰু পিছত পূৰ্বৰ পৰিকল্পনা অনুসৰি সন্ধিয়া নিৰ্জন পথাৰত ফুৰাবলৈ নিয়াৰ চলৰে গোটেই নিশা চাৰি পাষণ্ডই যুৱতী গৰাকীক ধৰ্ষণ কৰে।

আনহাতে স্থানীয় লোকে পুৱতি নিশা ঘটনা সম্পৰ্কত জানিব পাৰি আৰক্ষীক অৱগত কৰে। ফলত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে।

বৰ্তমান যুৱতী গৰাকী গোৱালপাৰাত চিকিৎ সাধীন হৈ আছে যদিও বৰ্তমানলৈকে যুৱতী গৰাকীয়ে চেতনা ঘূৰাই পোৱা নাই।

ইফালে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত তথা লম্পট প্ৰেমিক জয়নাল আবেদিনৰ লগতে আব্দুল লতিফ আৰু আব্দুল কাদেৰক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুই পাষণ্ড এতিয়াও পলাতক অৱস্থাত আছে।

মন কৰিব লগীয়া যে আৰক্ষীয়ে আটক কৰা আব্দুল কাদেৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তথা লম্পট প্ৰেমিক জয়নাল আবেদিনৰ মোমায়েক।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd