• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজাৰৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আজি অনুষ্ঠিত হয় ডিব্ৰুগড় মাৰাথন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
August 26, 2018 6:26 pm
m-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় মাৰোৱাৰি যুৱ মঞ্চৰ উদ্যোগত আজি অনুষ্ঠিত হয় চতুৰ্থ সংখ্যক ডিব্ৰুগড় মাৰাথন । ৰাতিপুৱা ৫.৩০ বজাত চৰকাৰী ল’ৰা হাইস্কুলৰ সম্মুখৰ পৰা আৰম্ভ হোৱা মাৰাথনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা যায়।

‘কিপিং ট্ৰেক অন এনভাৰ’মেণ্ট’ (Keeping Track on Environment) শীৰ্ষক মূল শ্লোগানেৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক ডিব্ৰুগড় মাৰাথনৰ হাফ মাৰাথন (২১.১ কিলোমিটাৰ)ত প্ৰথম স্থান লাভ কৰে সঞ্জয় ভূমিজে। ৭ কিলোমিটাৰ দৌৰত দেৱজিৎ খালখো আৰু ৰুমি মুণ্ডাই প্ৰথম, ৫ কিলোমিটাৰত অনালিছা শইকীয়া আৰু সুনীল সেনে প্ৰথম আৰু ১১ কিলোমিটাৰ দৌৰত সঞ্জীপ বাঘ আৰু মাইনা মুণ্ডাই প্ৰথম স্থান অধিকাৰ কৰে।

Apply Now

উল্লেখ্য যে ডিব্ৰুগড় মাৰাথন অনুষ্ঠিত হৈছিল চাৰিটা শাখাত। ১০ বছৰ তথা তাৰ ওপৰৰ প্ৰতিযোগীৰ বাবে ৫ কিলোমিটাৰ, ১৪ বছৰ তথা তাৰ ওপৰৰ বাবে ৭ কিলোমিটাৰ, ১৪ বছৰৰ ওপৰৰ বাবে ১১ কিলোমিটাৰ আৰু ১৬ বছৰৰ ওপৰৰ প্ৰতিযোগীৰ বাবে ২১.১ কিলোমিটাৰ হাফ মাৰাথন অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতাখনৰ জনসম্পৰ্ক বিষয়া সুবীৰ কেজৰিৱালে কয়, ‘বিগত বৰ্ষসমূহতকৈ এই বৰ্ষৰ মাৰাথনত অধিক সংখ্যকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিপিং ট্ৰেক অন এনভাৰ’মেণ্ট শীৰ্ষক শ্লোগানৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ বিনষ্ট কৰা প্লাষ্টিক সামগ্ৰী সমাজৰ পৰা বৰ্জন কৰি পৰিৱেশ নিয়ন্ত্ৰণত ৰখা’।

তেওঁ লগতে কয় যে ডিব্ৰুগড় মাৰাথনৰ জনপ্ৰিয়তা বছৰে বছৰে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেয়ে প্ৰথমবাৰৰ বাবে এইবাৰ আমি হাফ মাৰাথনৰো আয়োজন কৰা হৈছিল।

আনহাতে আজিৰ এই অনুষ্ঠানত মুম্বাইত প্ৰতিষ্ঠিত বলিউড গায়ক কৌশিক কাশ্যপে বলিউডৰ কিছু জনপ্ৰিয় গীত পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলা পৰিলক্ষিত হয়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd