• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ আব্দুল লতিফ

মুকুট দাস by মুকুট দাস
August 27, 2018 9:42 pm
Bribery-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

172
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত ধেমাজিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক ভেটী লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কাৰ্যালয়ৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে মৃদুল শৰ্মা নামৰ এজন ঠিকাদাৰৰ পৰা ১২ হেজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ আব্দুল লতিফ নামৰ বিষয়াজন।

জানিব পৰা মতে যুটীয়া সঞ্চালকগৰাকীয়ে এখন ১.৮৩ লাখ টকাৰ বিল মোকলাই দিয়াৰ নামত মৃদুল শৰ্মাৰ পৰা ১৮ হেজাৰ টকা দাবী কৰিছিল।  কিন্তু মৃদুল শৰ্মাই ১৮ হেজাৰৰ বিপৰীতে ১২ হেজাৰ টকা দিম বুলি কয়। আৰু সেই মৰ্মে আজি সন্ধিয়া মৃদুল শৰ্মাই ১২ হেজাৰ টকা দিওতে সঞ্চালকজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

ইফালে আটকাধীন অভিযুক্ত বিষয়া ড০ আব্দুল লতিফৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধি আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৭ (এ), ১৩ (২), ১৩ (১) (বি) অধীনত ২০/২০১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আনহাতে ঘোচখোৰ বিষয়াজনক ২৮ আগষ্টৰ পূৰ্বে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বুলিও জানিব পৰা গৈছে। তাৰোপৰি অধিক তথ্য সংগ্ৰহৰ বাবে দুৰ্নীতি নিবাৰক শাখাই বিষয়াজনক সোধা পোচা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd