• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিত সন্দেহযুক্ত নাগৰিক : ১৮খন জিলাত পুনৰ পৰীক্ষণৰ দাবী সচেতন নাগৰিক মঞ্চৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 10:10 am
এন আৰ চি
89
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বিভিন্ন জাতীয় দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ মাজতে এইবাৰ ৰাজ্যৰ ১৮খন জিলাৰ তথ্য-পাতিৰ পুনৰ পৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সচেতন নাগৰিক মঞ্চ নামৰ এটা সামাজিক সংগঠনৰ লগতে আন কেইবাটাও সংগঠন।

আবেদনকাৰীৰ মতে এই জিলাকেইখনত এন আৰ চিৰ খচৰাত ব্যাপক হাৰত সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সন্দৰ্ভত তেওঁলোকে আবেদনৰ লগত যাৱতীয় তথ্য-পাতিও সন্নিৱিষ্ট কৰিছে।

এন আৰ চি সংক্ৰান্তীয় মূল গোচৰৰ লগতে উচ্চতম ন্যায়ালয়ত সোমবাৰে এই আবেদনখনো শুনানিৰ বাবে তালিকাভুক্ত হৈছে। আবেদনকাৰীসকলে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বৰপেটা, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, দৰং, শোণিতপুৰ, ধেমাজি, মৰিগাঁও, নগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু বঙাইগাঁও জিলাত এন আৰ চি আবেদনৰ সকলো নথি-পত্ৰ বিশেষকৈ মূল বাসিন্দা আৰু বংশবৃক্ষৰ বিষয়টোৰ পুনৰ পৰীক্ষণ কৰাটো বিচাৰিছে।

উল্লেখযোগ্য যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত জাতীয় সংগঠনবোৰে খচৰাত বহু বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে। আনহাতে, বহু স্বদেশী লোকৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ বাতৰি নিয়ত প্ৰকাশ পাই আহিছে।

Recent News

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd