• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব শ্বুটিঙত অংশ লোৱাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়ালৈ ৰাওনা অসমৰ শ্বুটাৰ হৃদয় হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 10:46 am
27459643_579381385727961_3456843448575524801_n

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব লগা ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত ভাগ লোৱাৰ উদ্দেশ্য সোমবাৰে নতুন দিল্লীৰ পৰা দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে।

প্ৰতিভাৱান যুৱ শ্বুটাৰ তথা ভাৰতীয় জুনিয়ৰ দলৰ শীৰ্ষ খেলুৱৈজনে বিশ্ব চেম্পিয়নশ্বীপত জুনিয়ৰৰ ব্যক্তিগত, দলীয় আৰু মিক্সড শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

Apply Now

উল্লেখ্য যে ইতিমধ্যে নিজৰ প্ৰতিভাৰ উমান দি যোৱা ২৫ জুনত হৃদয় হাজৰিকাই জাৰ্মানীৰ শ্বুলত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্যক্তিগত আৰু দলীয় শাখাত সোণৰ পদক অৰ্জন কৰিছে।

ইয়াৰ উপৰি যোৱা জুলাই মাহত চেক গণৰাজ্যৰ পিলজেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাতো জুনিয়ৰ শাখাত ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল হৃদয় হাজৰিকা।

প্ৰচুৰ সম্ভাৱণাপূৰ্ণ এইগৰাকী যুৱ শ্বুটাৰৰ ধাৰাবাহিক সফলতাত গৃহভূমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰবাসী আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd