• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিয়াঙ নদীত প্ৰৱল বানপানীৰ সতৰ্কবাণী জাৰী পূব ছিয়াং জিলা প্ৰশাসনৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
August 30, 2018 2:04 pm
siang river

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ চাংপো নদীৰ ওচৰত ধাৰাসাৰে বৰষুণ হোৱাৰ বাতৰি অৱগত হোৱাৰ পাছত এই কথা অৰুণাচলৰ ৰাজ্যিক চৰকাৰক ভাৰত চৰকাৰৰ তৰফৰ পৰা জনাই দিছে। তাৰ পাছত অৰুণাচলৰ পূব ছিয়াঙৰ জিলা প্ৰশাসনে নামনি এলেকাসমূহত বাস কৰা লোকসকলক তেওঁলোকে ছিয়াং নদীত মাছ ধৰা, সাঁতোৰা আন কামৰ বাবে নাযায় তাৰ বাবে সতৰ্ক কৰি দিছে।

বুধবাৰে এক বিজ্ঞপ্তিযোগে জিলা প্ৰশাসনে ব্যক্ত কৰিছে যে চাংপো নদী উপচি আহিছে আৰু বুধবাৰে পুৱা প্ৰতি ছেকেণ্ডত ৯০২০ ঘন মিটাৰ পানী বোৱাই আনিছে। এই পৰিমাণ বিগত ৫০ বছৰত সৰ্বাধিক বুলি ব্যক্ত কৰা হৈছে।

Apply Now

অৱশ্যে কেন্দ্ৰীয় জল আয়োগে (CWC) জনাইছে যে আগষ্টৰ ১৪ তাৰিখে চাংপোৱে প্ৰতি ছেকেণ্ডত ৮০৭০ ঘন মিটাৰ পানী বহন কৰিছিল গতিকে অতিৰিক্ত পানীৰ পৰিমাণখনিয়ে কোনো বিশেষ ক্ষতি কৰিব নোৱাৰে, গতিকে শংকাৰ কোনো কাৰণ নাই।

এই ক্ষেত্ৰত মনত পৰে যে বিগত বছৰৰ ডিচেম্বৰৰ প্ৰথম ভাগত ছিয়াং মনদীৰ পানী ঘোলা আৰু ক’লা বৰণীয়া হৈ পৰিছিল এই পানীয়ে ভালেমান বন্যপ্ৰাণী আৰু জলজ প্ৰাণীৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল।বিশাল ছিয়াঙৰ পানী ঘোলা বৰণীয়া হৈ পৰাটোত কেবল আৰুণাচলৰেই নহয়, ছিয়াঙৰ নামনিত বাস কৰা অসমৰ জনসাদাৰণকো শংকিত কৰি তুলিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ছিয়াঙৰ পানী মানুহে সেৱন কৰাৰ অনুপযোগী হৈ পৰিছিল।

পূব ছিয়াঙৰ সাংসদ, পাছিঘাটৰ স্থায়ী বাসিন্দা নিনং ইৰিঙে এঅই বিষয়টো বাৰে বাবে ভাৰতীয় সংসদৰ মজিয়াত উত্থাপন কৰি আহিছে আৰু কেন্দ্ৰীয় জল আয়োগৰ দ্বাৰা সমস্যাটোৰ এটা বিজ্ঞান সন্মত অধ্যয়নৰ বাবে দাবী তুলিছিল।

উল্লেখ্য যে ছিয়াং নদী হৈছে অৰুণাচলৰ ছিয়াং উপত্যকা আৰু অসমৰ ওজনাই এলেকাত বাস কৰা জনসাধাৰণৰ বাবে জীৱনৰেখা হিচাপে পৰিগণিত।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd