• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰদিনৰ মাজতে খাৰুপেটীয়াত পথ দুৰ্ঘটনাত ৩ জন যুৱক গুৰুতৰভাৱে আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 4:03 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

106
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বৰ লগতে অসমতো বিভিন্ন ঠাইত আজিৰ দিনটোত উলহ-মালহেৰে বৰদিন উদযাপন চলি থকাৰ মাজতে দৰং জিলাৰ খাৰুপেটিয়াত এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে দৰং জিলাৰ খাৰুপেটীয়াত এ এছ বি জি ৮৯০২ নম্বৰৰ এখন মটৰচাইকেলৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ১৩ এফ ৭০৩৯ নম্বৰৰ এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হয়। এই মুখামুখি সংঘৰ্ষৰ ফলত মটৰচাইকেল কেইখনত আহি থকা ৩ জন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱক কেইজনক সুদীপ দাস(২২), জাকাৰিয়া আহমেদ(১৫), আব্দুল আৱাল(১৭) বুলি চিনাক্তকৰণ কৰাৰ লগতে তেওঁলোক খাৰুপেটীয়াৰে নিবাসী বুলি জানিবলৈ দিয়ে। আনহাতে আঘাতপ্ৰাপ্ত যুৱককেইজনক তাৎক্ষণিকভাৱে খাৰুপেটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

৮ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫ হাজাৰ কোটি টকাৰ ক’লা ধন উদ্ধাৰ

৮ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫ হাজাৰ কোটি টকাৰ ক’লা ধন উদ্ধাৰ

ইন্দিৰা গান্ধীৰ জৰুৰীকালিন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ : কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

ইন্দিৰা গান্ধীৰ জৰুৰীকালিন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ : কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd