• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপ সাহিত্য কাননৰ উদ্যোগত অনুষ্ঠিত কবিতা আবৃত্তি কৰ্মশালাৰ সফল সমাপ্তি

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
August 30, 2018 6:45 pm
IMG-20180830-WA0079
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামৰূপ সাহিত্য কাননৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া কবিতা আবৃত্তি কৰ্মশালাখন আজি সমাপ্ত হৈছে। নামৰূপ সাহিত্য সভা সভাগৃহত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

এই কৰ্মশালাখন আগষ্টৰ ২৭ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল। বিখ্যাৎ কবি, সাহিত্যিক, আবৃত্তিকাৰ যোৰহাট ঢেকীয়াখোৱাৰ শান্তিচায়া শইকীয়াৰ পথ প্ৰদৰ্শনাত এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল। ইয়াত ৫০ গৰাকীয়ে অংশগ্ৰহণ কৰিছিল।

Apply Now

কৰ্মশালাখনত বিশেষকৈ আবৃত্তিৰ সময়ত উচ্চাৰণ, বিভিন্ন শব্দৰ গঠন, বিভিন্ন শব্দৰ কথনভংগী, কণ্ঠ নিয়ন্ত্ৰণ আদিৰ ওপৰত মনোযোগ প্ৰদান কৰা হৈছিল।

সামৰণিৰ দিনা নামৰূপ সাহিত্য কাব্য কাননৰ প্ৰতিষ্ঠাপক তথা বিখ্যাৎ কবি জিতুমণি শইকীয়াই আঁত ধৰিছিল। বিভিএফচিএলৰ উপ মহা প্ৰবন্ধক (মানৱ সম্পদ) ৰোহিনী কান্ত শৰ্মা, বিভিএফচিএলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যই মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।

সমালয় কবি চক্ৰৰ সভানেত্ৰী ৰূপালী মহন্ত পাটগিৰী, সামান্য মহিলা সমিতিৰ সভানেত্ৰী বিবি মহন্ত, বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী গৌৰা ছুবেদাৰ বৰা, নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষস্মৃতি দত্ত বৰা, বিখ্যাত কবি অনিমা দেউৰী, অলিমণি দত্ত, ইলা শৰ্মা গোস্বামী, ছাজিদ আলী, কাৰ্তিক তালুকদাৰ, স্মৃতিৰেখা কলিতা, বৰ্ণালী বুঢ়াগোহাঞি ইত্যাদিয়ে অংশগ্ৰহণ কৰিছিল।

কৰ্মশালাখনৰ সমল ব্যক্তি শান্তিচায়া শইকীয়াক নামৰূপ কাব্য কাননৰ কৰ্মকৰ্তাসকলে চেলেং-চাদৰ আৰু সঁফুৰাৰে মান ধৰে। এই কৰ্মশাখনৰ প্ৰধান উদ্দেশ্য আছিল আমাৰ মাতৃভাষাৰ উন্নতি সাধন কৰা।

অক্ষয় প্ৰণব কলিতা

অক্ষয় প্ৰণব কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd