• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামৰূপ সাহিত্য কাননৰ উদ্যোগত অনুষ্ঠিত কবিতা আবৃত্তি কৰ্মশালাৰ সফল সমাপ্তি

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
August 30, 2018 6:45 pm
IMG-20180830-WA0079
223
VIEWS
Share on FacebookShare on Twitter

নামৰূপ সাহিত্য কাননৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া কবিতা আবৃত্তি কৰ্মশালাখন আজি সমাপ্ত হৈছে। নামৰূপ সাহিত্য সভা সভাগৃহত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

এই কৰ্মশালাখন আগষ্টৰ ২৭ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল। বিখ্যাৎ কবি, সাহিত্যিক, আবৃত্তিকাৰ যোৰহাট ঢেকীয়াখোৱাৰ শান্তিচায়া শইকীয়াৰ পথ প্ৰদৰ্শনাত এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল। ইয়াত ৫০ গৰাকীয়ে অংশগ্ৰহণ কৰিছিল।

কৰ্মশালাখনত বিশেষকৈ আবৃত্তিৰ সময়ত উচ্চাৰণ, বিভিন্ন শব্দৰ গঠন, বিভিন্ন শব্দৰ কথনভংগী, কণ্ঠ নিয়ন্ত্ৰণ আদিৰ ওপৰত মনোযোগ প্ৰদান কৰা হৈছিল।

সামৰণিৰ দিনা নামৰূপ সাহিত্য কাব্য কাননৰ প্ৰতিষ্ঠাপক তথা বিখ্যাৎ কবি জিতুমণি শইকীয়াই আঁত ধৰিছিল। বিভিএফচিএলৰ উপ মহা প্ৰবন্ধক (মানৱ সম্পদ) ৰোহিনী কান্ত শৰ্মা, বিভিএফচিএলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যই মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।

সমালয় কবি চক্ৰৰ সভানেত্ৰী ৰূপালী মহন্ত পাটগিৰী, সামান্য মহিলা সমিতিৰ সভানেত্ৰী বিবি মহন্ত, বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী গৌৰা ছুবেদাৰ বৰা, নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষস্মৃতি দত্ত বৰা, বিখ্যাত কবি অনিমা দেউৰী, অলিমণি দত্ত, ইলা শৰ্মা গোস্বামী, ছাজিদ আলী, কাৰ্তিক তালুকদাৰ, স্মৃতিৰেখা কলিতা, বৰ্ণালী বুঢ়াগোহাঞি ইত্যাদিয়ে অংশগ্ৰহণ কৰিছিল।

কৰ্মশালাখনৰ সমল ব্যক্তি শান্তিচায়া শইকীয়াক নামৰূপ কাব্য কাননৰ কৰ্মকৰ্তাসকলে চেলেং-চাদৰ আৰু সঁফুৰাৰে মান ধৰে। এই কৰ্মশাখনৰ প্ৰধান উদ্দেশ্য আছিল আমাৰ মাতৃভাষাৰ উন্নতি সাধন কৰা।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd