• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাৰ স্বৰ্ণ জয় : এছিয়ান গেইমছত ৪x৪০০ মিটাৰৰ ৰীলেত ভাৰতৰ স্বৰ্ণ জয়ৰ অংশীদাৰ অসম কন্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 7:36 pm
Hima Das and Co
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেইমছত আজি  ৪x৪০০ মিটাৰৰ মহিলাৰ ৰীলেত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে। অসম কন্যা হিমা দাসৰ লগতে আন খেলুৱৈ কেইগৰাকীৰ উজ্জীৱিত প্ৰদৰ্শনেৰে ভাৰতে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

এই  ৪x৪০০ মিটাৰৰ মহিলা ৰীলেত ভাৰতীয় দলটোৱে ৩ মিনিট ২৮ ছেকেণ্ড ৭২ মাইক্ৰ’ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰে। আনহাতে, বাহৰেইনৰ দলটোৱে ৩ মিনিট ৩০ ছেকেণ্ড ৬১ মাইক্ৰ’ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভিয়েটনামৰ দলটোৱে এই দৌৰ সম্পূৰ্ণ কৰে ৩ মিনিট ৩৩ ছেকেণ্ড ২৩ মাইক্ৰ’ছেকেণ্ডত।

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেইমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে দুটাকৈ বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত আজি জাকাৰ্টাৰ ট্ৰেকত অন্তিম বাৰৰ বাবে দৌৰি দেশৰ চাৰিশ মিটাৰৰ সম্রাজ্ঞী তথা অসম কন্যা হিমা দাসে ভাৰতীয় দলৰ সদস্য হিচাপে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আজি হিমাই এছিয়াডত নিজৰ শেষ ইভেণ্ট হিচাপে মহিলাৰ ৪x৪০০ মিটাৰৰ ৰীলেত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ৪x৪০০ মিটাৰৰ মহিলা ভাৰতীয় দলটোত হিমাৰ উপৰি আছে এম আৰ পুভাম্মা, সৰিতাবেন গাইকোৱাড় আৰু ভি কে বিস্ময়া।

ভাৰতীয় সময়মতে ৪x৪০০ মিটাৰৰ চূড়ান্ত মেচখন আজি সন্ধিয়া ৬ বাজি ৫০ মিনিটত অনুষ্ঠিত হয়। এই ইভেণ্টৰো হিমা দাস তথা তেওঁৰ সংগীসকলৰ মূল প্ৰতিদ্বন্দ্বী আছিল বাহৰেইন। বাহৰেইনক নেতৃত্ব দিয়ে হিমাক চাৰিশ মিটাৰৰ ব্যক্তিগত ইভেণ্টত পৰাস্ত কৰা ছালৱা ঈদ নাছেৰে।

উল্লেখ্য যে, ভাৰতীয় দলটো যোৱা ২৪ আগষ্টত জাকাৰ্টাত দলৰ প্ৰশিক্ষক গেলিনা বুখাৰিনাই এক ট্ৰায়েলৰ জৰিয়তে নিৰ্বাচিত কৰে।

মনকৰিবলগীয়া যে আজিৰ এই ৰীলেতো ভাৰতীয় দলৰ মূল অস্ত্ৰ আছিল অসম কন্যা হিমা দাস। কিয়নো উপৰ্যুপৰি দুটা দিনত জাকাৰ্টা এছিয়ান গেইমছত দুবাৰকৈ চাৰিশ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে ৪০০ মিটাৰৰ ব্যক্তিগত আৰু মিক্সড ৰেলীত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰি থৈছিল হিমা দাসে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd