• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাৰ স্বৰ্ণ জয় : এছিয়ান গেইমছত ৪x৪০০ মিটাৰৰ ৰীলেত ভাৰতৰ স্বৰ্ণ জয়ৰ অংশীদাৰ অসম কন্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 7:36 pm
Hima Das and Co
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেইমছত আজি  ৪x৪০০ মিটাৰৰ মহিলাৰ ৰীলেত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে। অসম কন্যা হিমা দাসৰ লগতে আন খেলুৱৈ কেইগৰাকীৰ উজ্জীৱিত প্ৰদৰ্শনেৰে ভাৰতে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

এই  ৪x৪০০ মিটাৰৰ মহিলা ৰীলেত ভাৰতীয় দলটোৱে ৩ মিনিট ২৮ ছেকেণ্ড ৭২ মাইক্ৰ’ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰে। আনহাতে, বাহৰেইনৰ দলটোৱে ৩ মিনিট ৩০ ছেকেণ্ড ৬১ মাইক্ৰ’ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভিয়েটনামৰ দলটোৱে এই দৌৰ সম্পূৰ্ণ কৰে ৩ মিনিট ৩৩ ছেকেণ্ড ২৩ মাইক্ৰ’ছেকেণ্ডত।

Apply Now

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেইমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে দুটাকৈ বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত আজি জাকাৰ্টাৰ ট্ৰেকত অন্তিম বাৰৰ বাবে দৌৰি দেশৰ চাৰিশ মিটাৰৰ সম্রাজ্ঞী তথা অসম কন্যা হিমা দাসে ভাৰতীয় দলৰ সদস্য হিচাপে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আজি হিমাই এছিয়াডত নিজৰ শেষ ইভেণ্ট হিচাপে মহিলাৰ ৪x৪০০ মিটাৰৰ ৰীলেত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ৪x৪০০ মিটাৰৰ মহিলা ভাৰতীয় দলটোত হিমাৰ উপৰি আছে এম আৰ পুভাম্মা, সৰিতাবেন গাইকোৱাড় আৰু ভি কে বিস্ময়া।

ভাৰতীয় সময়মতে ৪x৪০০ মিটাৰৰ চূড়ান্ত মেচখন আজি সন্ধিয়া ৬ বাজি ৫০ মিনিটত অনুষ্ঠিত হয়। এই ইভেণ্টৰো হিমা দাস তথা তেওঁৰ সংগীসকলৰ মূল প্ৰতিদ্বন্দ্বী আছিল বাহৰেইন। বাহৰেইনক নেতৃত্ব দিয়ে হিমাক চাৰিশ মিটাৰৰ ব্যক্তিগত ইভেণ্টত পৰাস্ত কৰা ছালৱা ঈদ নাছেৰে।

উল্লেখ্য যে, ভাৰতীয় দলটো যোৱা ২৪ আগষ্টত জাকাৰ্টাত দলৰ প্ৰশিক্ষক গেলিনা বুখাৰিনাই এক ট্ৰায়েলৰ জৰিয়তে নিৰ্বাচিত কৰে।

মনকৰিবলগীয়া যে আজিৰ এই ৰীলেতো ভাৰতীয় দলৰ মূল অস্ত্ৰ আছিল অসম কন্যা হিমা দাস। কিয়নো উপৰ্যুপৰি দুটা দিনত জাকাৰ্টা এছিয়ান গেইমছত দুবাৰকৈ চাৰিশ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে ৪০০ মিটাৰৰ ব্যক্তিগত আৰু মিক্সড ৰেলীত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰি থৈছিল হিমা দাসে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd