• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ বঞ্চনা : ৫ ছেপ্টেম্বৰত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ ৰাজভৱন যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 10:26 am
শিক্ষক-কৰ্মচাৰী.docx ফটো

গুৱাহাটীত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক, কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণ নকৰি ন ন ধাৰা, উপধাৰা সন্নিৱিষ্ট কৰি শিক্ষক-কৰ্মচাৰীসকলৰ জীৱন আৰু অসমীয়া মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ নিঃশেষ কৰাৰ লক্ষ্যেৰে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান পদ প্ৰাদেশিকীকৰণ আইন ২০১১, সংশোধন ২০১২, সংশোধন ২০১৩ প্ৰণয়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু কামৰূপ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি উমেশ কলিতাই জানিবলৈ দিয়ে যে প্ৰাদেশিকীকৰণ আইন ২০১১ৰ সংশোধনী আইন ২০১২, আইন ২০১৩ৰ অধীনত বিত্ত বিভাগত থকা নিম্ন প্ৰাথমিক ২৮৮৮খন, উচ্চ প্ৰাথমিক ৩১৩৫খন, উচ্চ মাধ্যমিক ২২৫খন, উচ্চতৰ মাধ্যমিক ১১৪খন, সংস্কৃত টোল ৮৫খন, ছিনিয়ৰ মাদ্ৰাছা ২০, প্ৰি ছিনিয়ৰ মাদ্ৰাছা ১৪৩খন আৰু প্ৰথম পৰ্যায়ত ৰৈ যোৱা মাধ্যমিক পৰ্যায়ৰ ৯৬খনসহ মুঠ ৬৮৯৬খন শিক্ষানুষ্ঠানৰ ৩২ হাজাৰ শিক্ষক কৰ্মচাৰী নিযুক্তি-পত্ৰ পোৱাৰ আশাত এতিয়াও বন্দী হৈ আছে।

এনে বৈষম্যমূলক আচৰণ ত্যাগ কৰি পদ প্ৰাদেশিকীকৰণৰ আইন ২০১১ৰ অধীনত নিযুক্তি লাভ কৰা ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীক যেনেদৰে সুৰক্ষা প্ৰদান কৰিছে, ঠিক সেইদৰে একে আইনৰ অধীনত বিত্ত বিভাগত থকা ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহো প্ৰাদেশিকীকৰণৰ বাবে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই দাবী জনায়।

তেওঁলোকে লগতে কয় যে উক্ত শিক্ষানুষ্ঠানসমূহৰ ২০১২ চনৰ ১০০ টকাকৈ ট্ৰেজাৰী চালান থকা ১৯৮৫ চনৰ পৰা বৰ্তমানলৈ বিনা বেতনে সেৱা কৰি থকা শিক্ষক-কৰ্মচাৰীসকলৰ অৱসৰৰ সময়ো সমাগত। তাৰ পাছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অসম শিক্ষা (শিক্ষকৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ গঠন) আইন ২০১৭ সংশোধনৰ দাবীত অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই অহা ৫ ছেপ্টেম্বৰত (শিক্ষক দিৱস)ৰ দিনা ১০ বজাত ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত সকলো শিক্ষক-কৰ্মচাৰীকে উক্ত দিনা তাৰকাগৃহ, লতাশিল খেলপথাৰ, উজানবজাৰ, গুৱাহাটীত উপস্থিতি হ’বলৈ আহ্বান জনাইছে ঐক্যমঞ্চৰ নেতৃবৃন্দই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd