• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিভাগৰ নিৰ্দেশক ভেঙুচালি! আৰক্ষীৰ সাজত ব্যক্তিগত নিৰাপত্তাৰক্ষী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2018 2:58 pm
এল ডি পি ফটো

গুৱাহাটী প্ৰেছ ক্লাৱত এল ডি পিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ বিলাসী হোটেল যেনে তাজ ভিভান্তা হোটেল, নভোটেল হোটেল, ৰুক্মিনীগাঁৱৰ সূনীল গ্ৰেণ্ড হোটেল ইত্যাদি হোটেলসমূহত থকা নিৰাপত্তাৰক্ষীসকলে আৰক্ষী জোৱান অথবা যানবাহন আৰক্ষীৰ নিচিনা পোছাক পৰিধান কৰি কৰি কৰ্মত নিয়োজিত হৈ আছে।

এই ব্যক্তিগত নিৰাপত্তাৰক্ষীসকলৰ পোছাক-পৰিচ্ছদ অতি সোনকালে সলনি কৰিব লাগে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলযোগে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদে দাবী জনায়।

নির্দেশনাৰ কপি
উপ আৰক্ষী আয়ুক্তই দিয়া নিৰ্দেশনাৰ কপি। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে, বিগত বৰ্ষৰ ১২ জুলাইত আৰক্ষী বিভাগৰ উপ আৰক্ষী আয়ুক্তই গুৱাহাটী মহানগৰত নিৰাপত্তাৰক্ষীক সাজপাৰ যোগানৰ ব্যৱসায় চলাই যোৱা  ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ প্ৰতি এক নিৰ্দেশনা জাৰি কৰিছিল যে সকলো নিৰাপত্তাৰক্ষীৰে পোছাক-পৰিচ্ছদ সেনা, বায়ু সেনা, জলসেনা অথবা অন্য কোনো অস্ত্ৰধাৰী সেনাবাহিনীৰ পোছাকৰ সৈতে একে হ’ব নোৱাৰিব। অন্যথা তেনে পোছাক পৰিধান কৰিলে ১ বছৰ জেইল আৰু ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও নিৰ্দেশনাখনত লিখা আছিল।

ইয়াৰ লগতে নিৰ্দেশনা জাৰিৰ ১০ দিনৰ ভিতৰত এই নিয়ম কাৰ্যকৰী কৰিবৰ বাবে নিৰ্দেশ দিয়া কথাটো জাননীখনত স্পষ্টকৈ উল্লেখ আছিল।

আনহাতে, এই নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নিৰাপত্তাৰক্ষীক পোছাক-পৰিচ্ছদ যোগান ধৰা বহিৰাগত কেইটামান ব্যক্তিগত কোম্পানীয়ে আৰক্ষী-জোৱানৰ নিচিনা পূৰ্বৰ পোছাকেই বাহাল ৰখাৰ গুৰুতৰ অভিযোগ তোলে এলডিপিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদে।

তেওঁৰ মতে, “উক্ত ব্যক্তিগত নিৰাপত্তাৰক্ষীসকলে নিজকে আৰক্ষী বিভাগৰ লোক বুলি পৰিচয় দি বিভিন্ন অসামাজিক কাম-কাজত লিপ্ত হোৱাৰ সম্ভাৱনা আছে।”

উল্লেখ্য যে, উপ আৰক্ষী আয়ুক্তই দিয়া নিৰ্দেশৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো উক্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা ৩০ আগষ্টত এলডিপিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদ আৰু সম্পাদক দিপুলজ্যোতি হাজৰিকাই দিছপুৰ থানাত ২৫২২/১৮ নম্বৰত তথা ১৮৮/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰে।

তেওঁলোকে আজিৰ সংবাদমেলৰ জৰিয়তে গৃহ বিভাগক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm
মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

September 4, 2025 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd