• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বছৰৰ ভিতৰতে উদ্বোধন কৰা হ’ব বগীবিল দলং : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2018 8:52 pm
IMG-20180902-WA0022-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চলিত বছৰৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বগীবিল দলঙৰ। এই দলংখনে ৰাজ্যৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিব। কেবল অসমে নহয় অৰুণাচল প্ৰদেশৰ সৈতেও দলংখনে যোগাযোগ তথা অৰ্থনৈতিক উত্তৰণত বিশেষ ভূমিকা ল’ব’। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি মুখ্য মন্ত্ৰী সোণোৱালে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰ-উত্তৰপাৰ সংযোগী বগীবিল দলঙৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’বলৈ গৈ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দলংখন উদ্বোধনৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনোৱা হ’ব।

Apply Now

বগীবিল দলঙে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক তথা ব্যৱসায় বাণিজ্যৰ দিশত বৃহৎ উত্তৰণৰ সূচনা কৰিব। ইতিমধ্যে বগীবিল দলঙৰ ৰে’লৱেৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি উল্লেখ কৰি তিনি লাইনযুক্ত পথৰ কামো নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগক আজিৰ এই পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

Sonowal-1

আনহাতে দলংখনৰ নামাকৰণক লৈ বিভিন্ন দল-সংগঠনে হাহাকাৰ কৰি থকা সন্দৰ্ভত মুখ্য মন্ত্ৰীক প্ৰশ্ন কৰোতে কয় যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত নামাকৰণ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে দলংখনৰ কাম কাজৰ বুজ লোৱাৰ পাছত মুখ্য মন্ত্ৰীয়ে দলঙৰ সমীপত থকা ৰে’লৱে গেষ্ট হাউছত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধককে ধৰি নিৰ্মাণ কাৰ্যৰ লগত জড়িত বিভিন্ন বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। বৈঠকত সোণোৱালে বিষয়াসকলক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ আজিৰ এই বগীবিল দলং পৰিদৰ্শনৰ সময়ত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, ভূৱন পেগুৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 9:32 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 9:32 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd