• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুহিয়াৰ ৰস খুৱাই মহিলাৰ লগতে দুই নাবালিকাক ধৰ্ষণ; হোজাইত চাঞ্চল্য

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 3, 2018 5:55 pm
crime in assam

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাইত পোহৰলৈ অহা এটা ধৰ্ষণকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে কুহিয়াৰ ৰসৰ লগত নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই এজন লম্পট চৰিত্ৰৰ লোকে এগৰাকী মহিলাৰ লগতে দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰে।

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ ডিমৰু পাৰ গাঁৱত উক্ত ঘটনা সংঘটিত হৈছিল। ধৰ্ষণৰ অভিযোগ উঠা লোকজনক গাঁওখনৰে ইউচুফ আলীৰ পুত্ৰ জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

Apply Now

অভিযোগ মতে শনিবাৰে সন্ধিয়া সমীপৰে এঘৰ চিনাকী লোকৰ ঘৰলৈ কুহিয়াৰৰ ৰস লৈ অহা জাকিৰে কুহিয়াৰৰ ৰসখিনি ফ্ৰিজত থবলৈ দি তাৰ পৰা গুচি গৈছিল। পিছত নিশা পুনৰ তেওঁ ঘৰটোলৈ আহি ঘৰত থকা দুই ভগ্নিৰ লগতে তালৈ ফুৰিবলৈ অহা ছোৱালী দুজনিৰ মামিয়েককো কুহিয়াৰৰ ৰসখিনি খাবলৈ দিছিল।

কিন্তু তেওঁলোকে খাবলৈ অমান্তি হোৱাত জাকিৰে জণ্ডিছ ভাল হয় বুলি কৈ বলপুৰ্বক ভাবে মহিলা আৰু কিশোৰী দুগৰাকীক ৰসখিনি সেৱন কৰোৱায়। কুহিয়াৰ ৰস খাই কিছু সময় পিছতে তিনিও অচেতন হৈ পৰাত লম্পট জাকিৰে ধৰ্ষনকাৰ্য সংঘটিত কৰে বুলি তেওঁলোকে অভিযোগ কৰে।

পিছত দেওবাৰে পুৱা চেতনা ঘুৰাই পোৱাৰ পিছতে নাবালিকা ছাত্ৰী দুগৰাকীয়ে বমি কৰা আৰম্ভ কৰাত অঞ্চলজুৰি খবৰটো বিয়পি পৰে। কিন্তু অঞ্চলটোত এক উত্তেজনা আৰম্ভ হোৱা দেখি জাকিৰে সুযোগ বুজি গাঁও এৰি পলায়ন কৰে।

ঘটনা সন্ধৰ্ভত ভুক্তভোগী পৰিয়ালে মোৰাঝাৰ আৰক্ষী থানত গোচৰ তৰাত কালি নিশা আৰক্ষীয়ে ধৰ্ষিতাসকলৰ স্বাস্থ্য পৰিক্ষা কৰোৱাৰ লগতে দোষীক বিচাৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে কিশোৰী দুগৰাকীৰ পিতৃ কৰ্মসূত্ৰে চৌদি আৰব আৰু মাতৃ চিকিৎসাৰ বাবে নলবাৰীলৈ গৈছিল। সেই সুযোগতে ঘৰখনৰ সৈতে ঘনিষ্ট লম্পট জাকিৰে এই জঘন্যকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে।

আনহাতে পলায়ন কৰা লম্পট জাকিৰৰ পত্নীয়ে পূৰ্বেও এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত জাকিৰে জেলৰ ভাত খোৱাৰ লগতে আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে বুলি বিস্ফোৰক মন্তব্য কৰে।

ঘটনাৰ পিছতে গুৱাহাটী যোৱাৰ কথা কৈ তেওঁ পলাই আছে বুলি জানিবলৈ দি পত্নীয়ে ষ্পষ্টভাৱে কয় যে স্বামী অপৰাধী হ’লে তেওঁ উচিত শাস্তিৰ কামনা কৰে। তদুপৰি গাঁওবাসী আৰু দল সংগঠনেও লম্পট জাকিৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী তুলিছে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd