• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ১৪ হাজাৰৰো অধিক শিক্ষকৰ পদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2018 9:11 am
education-570x320

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি  আহিলেও ৰাজ্যখনত শিক্ষাৰ বাবে যে উপযুক্ত নীতিৰ অভাৱ সেই কথা স্পষ্ট হৈ পৰে ৰাজ্যখনৰ বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নোহোৱাৰ কথাটোৱে।

বৰ্তমান ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ১৪,৩৮৯টা শিক্ষকৰ পদ খালী হৈ আছে। অলপতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ত  অনুষ্ঠিত হৈ যোৱা প্ৰকল্প অনুমোদন পৰিষদৰ ২০১৮-১৯’ বৈঠকত এই তথ্য পোহৰলৈ আহিছে।

Apply Now

উক্ত বৈঠকতে ৰাজ্যৰ শিক্ষা বিভাগে জনায় যে শিক্ষাৰ অধিকাৰ আইনৰ নিয়মানুসাৰে ৰাজ্যৰ ২৫ শতাংশ উচ্চ প্ৰাথমিক বিদ্যালয়ত বিষয় শিক্ষক নাই। ইয়াৰ বাবে শিক্ষাদানত বিৰূপ প্ৰভাৱ পৰিছে।

আনহাতে, আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও হ্ৰাল পোৱা নাই। বৈঠকত প্ৰকাশ পোৱা তথ্য অনুসৰি এই সংখ্যা প্ৰাথমিক পৰ্যায়ত ১০.০৮ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত ১৪.৯০ শতাংশ।

উক্ত বৈঠকত ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহ লিংগ সমতা অনাৰ দিশেৰে পৰ্যালোচনা কৰা হ’ব বুলি নিশ্চিতি প্রদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ সঁহাৰি দিয়া বুলি পূৰ্বৰ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছিল যদিও ৰাজ্যখনৰ ৰাজহুৱা শিক্ষাখণ্ড যে এক অনিশ্চয়তাৰ দিশে গতি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।

আনহাতে, বৰ্তমান শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা কৰা সকলে এতিয়াও তেওঁৰ পৰা কোনো স্পষ্ট নীতি লাভ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm
‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd