• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰে তিনি কিলোমিটাৰলৈকে গাড়ীখনৰ অৱস্থিতি নথকাটো নিশ্চিত কৰিলে নৌসেনাৰ দলে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 4, 2018 10:01 pm
DikhowAccident

দিখৌত চতুৰ্থ দিনত চলি থকা উদ্ধাৰ অভিযানৰ দৃশ্য। ফটো : পাৰ্শ্বজ্যোতি গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নৌসেনাৰ বিশেষজ্ঞ ডুবাৰুৱেও দিনজোৰা অভিযান চলাই সফল নহ’ল শিৱসাগৰৰ দিখৌ নদীত দুৰ্ঘটনাত পতিত হৰেন বৰাৰ পৰিয়ালটোৰ শুংসূত্ৰ উলিওৱাত।

দুৰ্ঘটনাটোৰ আজি চতুৰ্থ দিন সত্ত্বেও আৰু এছ ডি আৰ এফ, এন ডি আৰ এফৰ উপৰি নৌসেনাৰ অভিযানকাৰী দলৰ কোনো সফলতা নাই। আজি নৌসেনাৰ ৮জনীয়া দলটোৱে পুৱা ৬ বজাৰ পৰা সকলো সা-সঁজুলি লৈ অভিযান চলায়। ছাইড স্কেন ছ’নাৰৰ সহায়ত নদীৰ বুকুত গাড়ীখনৰ অৱস্থিতি ধৰা পেলাবলৈ চেষ্টা কৰে।

ঘটনাস্থলীৰ পৰা প্ৰায়  চাৰে তিনি  কিলোমিটাৰ আগলৈকে ছ’নাৰ স্কেনাৰৰ দ্বাৰা  অভিযান চলোৱা হৈছিল যদিও কোনো ধৰণৰ তথ্য লাভ নকৰিলে।

জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝাই সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

অগ্নি আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক তথা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পূৰ্বে জনোৱামতে নৌসেনাৰ দলটোৱে অত্যাধুনিক সা-সঁজুলি লৈ অভিযান চলাইছিল আৰু অভিযান চলোৱা অংশটোত গাড়ীখন নথকাটোত নিশ্চিত হৈছে দলটো।

আনহাতে কালি তেওঁ গুৱাহাটীৰ এখন সংবাদমেলত দিখৌৰ ঘোলা পানী আৰু সোঁতে অভিযান বাধাগ্ৰস্ত কৰিছে বুলি কৈছিল যদিও আজি কয় যে অভিযানকাৰীয়ে কোনো অসুবিধা পোৱা নাই।

বিষয়াজনৰ মতে, নদীৰ পানী কালিতকৈ শুকাইছে আৰু পানীৰ তলত মাটি বা পলস নাই। ফলত বহুতে সন্দেহ কৰাৰ দৰে গাড়ীখন পলসত পোত যোৱা নাই।

উল্লেখ্য যে  এই স্থানৰ পৰা কিছু দূৰত দিখৌ-ব্ৰক্ষ্মপুত্ৰ-দিচাং নদীৰ সংগম স্থান আছে, যাক দিখৌমুখ বোলা হয়। স্থানীয় একাংশ ব্যক্তিৰ মতে গাড়ীসহ দুৰ্ঘটনাত পতিতসকল সেই স্থানলৈও হয়তো উটি যাব পাৰে।

অভিযানৰ সময়ত নদীৰ মাজত ছাইড স্কেন ছ’নাৰ যন্ত্ৰৰ দ্বাৰা আজি কেইবা ঠাইত শব্দৰ তৰংগৰ জৰিয়তে পানীৰ মাজত কিবা পদাৰ্থৰ সম্ভেদ পাইছিল যদিও পিছত নৌসেনাৰ ডুবৰুৱে পানীৰ তলত অভিযান চলাই সেইয়া আন বস্তু বুলি নিশ্চিত হয়।

উল্লেখযোগ্য যে আজিৰ অভিযানত ১৪খন নাও ১৩৭জন জোৱান আৰু ৪৭গৰাকী ডুৱাৰুৱে গোটেই দিন অভিযান চলায়। দলটোৱে কাইলৈ পুৱা পুনৰ অভিযান চলাব নতুন সীমাৰ পৰা।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd