• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘লোকবন্ধু’ দিৱসৰ দিনা পাঠশালাত স্মৰণ ডাঃ বি বৰুৱাক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 5, 2018 12:33 pm
pathsala-lokabandhu-570x320

ফটো : নৰ্থ-ইষ্ট নাও

146
VIEWS
Share on FacebookShare on Twitter

বিগত বছৰ সমূহৰ দৰে এইবছৰো বৰপেটা জিলাৰ পাঠশালাত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰা হয় ‘লোকবন্ধু’ দিৱস। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ সহযোগত এই দিৱসটো মঙলবাৰে পালন কৰা হয়।

প্ৰত্যেক বছৰে ৪ ছেপ্তেম্বৰত লোকবন্ধু ডাঃ ভূবনেশ্বৰ বৰুৱাৰ পৱিত্ৰ স্মৃতিত পালন কৰা হয় ‘লোকবন্ধু’ দিৱস। এই দিৱস উপলক্ষে কালি ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপন কৰি এই দিৱস পালন কৰে।

আনহাতে এই দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত ডাঃ ৰজনী ডেকা, ডাঃ হিতেশ তালুকদাৰ, ডাঃ দীপজ্যোতি ডেকাৰ লগতে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা দেখা যায়।

ইয়াৰ উপৰি সন্ধিয়া ডাঃ পংকজ কলিতাৰ দ্বাৰা ৰচিত এখন নাটকো মঞ্চস্থ কৰা হয়। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাঠশালা শাখাৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় নাটকখন।

কালিৰ এই লোকবন্ধু দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ইণ্ডিয়ান ডেণ্টেল এছ’চিয়েশ্যনৰ হৈ ডাঃ জন দাস আৰু ডাঃ ৰূপম চৌধুৰী উপস্থিত থাকে। তদুপৰি ডাঃ ৰাজেন ডেকা, ডাঃ প্ৰভাত শৰ্মা, ডাঃ সুব্ৰত শৰ্মা, ডাঃ নিউটন দাস, ডাঃ চম্পক দত্তৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd