• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণৰ প্ৰক্ৰিয়াত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 5:41 pm
TH08BRIEFLY1AGNS2Q3KDI3jpgjpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াত সাময়িকভাৱে পুনৰাই স্থগিতাদেশ জাৰী কৰিছে। পৰবৰ্তী নিৰ্দেশ নহালৈকে এই নিৰ্দেশ বাহাল থাকিব বুলি ন্যায়ালয়ে জনাইছে।

উল্লেখ্য যে জুলাইৰ ৩০ তাৰিখে প্ৰকাশ হোৱা এনআৰচিৰ চূড়ান্ত তালিকাত ৩,২৯ কোটি লোকৰ পৰা ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াতে ৪০ লাখতকৈও অধিক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাত বাদ পৰিছে। তাৰে ভিতৰত ৩৭.৫৯ লাখৰ নাম বাতিল কৰা হৈছে আৰু ২.৪৮ লাখৰ নাম বিৱেচনাৰ বাবে ৰখা হৈছে।

Apply Now

দাবী আৰু অভিযোগ প্ৰক্ৰিয়া আগষ্টৰ ৩০ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ২৮ তাৰিখলৈকে চলাৰ কথা আছিল। উল্লেখ্য যে যোৱা মঙলবাৰেও সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰাৰ ওপৰত দাবী আৰু অভিযোগ গ্ৰহণৰ দিন পিছুৱাই দিছিল।

এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰক ৰঞ্জন গগৈ আৰু বিচাৰক আৰএফ নৰিমেনেৰে গঠিত বিচাৰপীঠৰ ওচৰত এটা প্ৰতিৱেদন দাখিল কৰিছে। প্ৰতিৱেদনখনত নাগৰিকত্ব প্ৰমাণৰ বাবে ১৫ খনৰ ভিতৰত ১০খনহে বৈধ গ্ৰহণ কৰা হৈছে।

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু অন্যন্য সংশ্লিষ্ট গোটক এনআৰচিৰ সমন্বয়কৰ পৰামৰ্শাৱলীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে।

সৰ্বোচ্চ ন্য়ায়ালয়ে এনআৰচি সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ছেপ্টেম্বৰৰ ১৯ তাৰিখ ধাৰ্য কৰিছে। মহাধিবক্তাগৰাকীয়ে যুক্তি  দৰ্শাইছিল যে কেন্দ্ৰৰবৃহত্তৰ স্বাৰ্থ থকা হেতুকে উত্তৰ প্ৰদান কৰাৰ বাবে এনআৰচিৰ সমন্বয়কৰ পৰামৰ্শাৱলীৰ এটা প্ৰতিলিপি কেন্দ্ৰকো প্ৰদান কৰা উচিৎ। বিচাৰপীঠখনে মহাধিবক্তাগৰাকীক জনাই দিছিল যে সামপ্ৰতি কেন্দ্ৰক প্ৰতিলিপি দিয়াৰ প্ৰয়োজন নাই।

মঙলবাৰে স্থগিতকৰণৰ যুক্তি হিচাপে সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে দাবী আৰু অভিযোগ গ্ৰহণৰ প্ৰক্ৰিয়াত কিছু বিতৰ্ক হোৱা বাবে দাবী আৰু অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াত স্থগিতাদেশ দিয়া হৈছে।

এনআৰচিত অন্তৰ্ভুক্তিৰ বাবে দাবী জনোৱাসকলক তেওঁলোকৰ পূৰ্বৰ স্থিতি পৰিৱৰ্তন কৰাৰ বাবে কিয় নতুনকৈ নথি জমা দিবলৈ অনুমতি প্ৰদান কৰা হ’ব তাৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ পৰা প্ৰতিৱেদন বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd