• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ কৃষ্ণাইত ১৫০ টকাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট; গুৰুতৰভাৱে আহত চাৰিজন লোক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 6, 2018 12:13 pm
zk7o7V_1512487455

প্ৰতিনিধিত্বমূলক চিত্ৰ

110
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল বলদমাৰী চৰত এটা মোবাইলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট হোৱা ঘটনাত এজন লোকৰ মত্যু হোৱাৰ লগতে আন ২৭ জন লোক আহত হোৱাৰ উত্তেজনা মাৰ নৌযাওতেই কালি সন্ধিয়া জিলাখনৰ কৃষ্ণাইত ১৫০ টকাক লৈ সংঘটিত মাৰপিটত চাৰিজন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী মতে জিলাখনৰ কৃষ্ণাই থানাৰ অন্তৰ্গত বিদ্যাপাৰা গাঁৱৰ আবু হাসেমে একে গাঁৱৰে ৰেজ্জাক আলীৰ পৰা ১৫০ টকা পাবলৈ আছিল। বুধবাৰে সন্ধিয়া টকা কেইটা খোজাত ৰেজ্জাক আলীৰ ভাতৃ নিজাম আলীয়ে ৫০ টকা দিছিল। কিন্তু বাকী থকা টকাখিনি সংগ্ৰহৰ বাবে আবু হাসেমে কেইবাগৰাকী লোকৰ সহযোগত ৰেজ্জাক আলীক মাৰপিট কৰি অচেতন অৱস্থাত পেলাই থৈ যায়।

উক্ত ঘটনা অৱগত হোৱাত ৰেজ্জাক আলীৰ ভাতৃ ক্ৰমে নিজাম আলী, জাকিৰ হুছেইন আৰু আব্দুল আজিজে আবু হাসেমৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে পূৰ্বৰে পৰা চোকা অস্ত্ৰৰে প্ৰস্তুত হৈ থকা আবু হাসেমৰ দলটোৱে আক্ৰমণ চলোৱাত চাৰিওগৰাকী ভাতৃ গুৰুতৰভাৱে আহত হয়।

আহত সকল ক্ৰমে ৰেজ্জাক আলী,জাকিৰ হুছেইন,নিজাম আলী আৰু আব্দুল আজিজক তৎক্ষনাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়।

ইয়াৰে ৰেজ্জাক আলীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd