• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ১১ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰতিবাদী সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 6:14 pm
protest

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি দেশৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰিবলৈ চৰকাৰে চলোৱা ‘দমনমূলক নীতি’ৰ বিৰুদ্ধে অহা ১১ ছেপ্তেম্বৰত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ-গণতান্ত্ৰিক মঞ্চ অসমে যুটীয়াভাৱে গুৱাহাটীত এক প্ৰতিবাদী সভা আহ্বান কৰিছে।

১১ ছেপ্তেম্বৰৰ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত উক্ত নাগৰিক সভা অনুষ্ঠিত হ’ব বুলি আজি প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।

Apply Now

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি দেশৰ কেইবাঠাইত ‘চৰকাৰৰ বিভন্ন জনবিৰোধী নীতি’ৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰা আৰু ‘চৰকাৰৰ দুমুখীয়া চৰিত্ৰ’ উদঙাই দিয়া ৫ গৰাকীকৈ বুদ্ধিজীৱী তথা মানৱ অধিকাৰ কৰ্মীক ‘মাওবাদী’ সজাই চৰকাৰে গৃহবন্দী কৰি ৰাখিছে।

উক্ত প্ৰতিবাদী নাগৰিক সভাত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ-গণতান্ত্ৰিক মঞ্চ, অসমৰ অন্তৰ্গত ১১ টা ৰাজনৈতিক দলৰ সমূহ নেতৃত্বৰ লগতে ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, উদয়াদিত্য ভৰালী, হেমেন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিক আৰু ৰাজনৈতিক কৰ্মী উপস্থিত থাকিব।

আজিৰ বিজ্ঞপ্তি যোগে তেওঁলোকে উক্ত সভালৈ গণতন্ত্ৰত বিশ্বাসী সকলো নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd