• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ধেমাজিত হাহাকাৰ, বানত ক্ষতিগ্ৰস্ত ২০ সহস্ৰাধিক লোক, ধ্বংস ৪ হাজাৰ হেক্টৰ মাটিৰ খেতি

গোগামুখত বানত বুৰি এজনৰ মৃত্যু, অৰুণাচলত অব্যাহত ধাৰাষাৰ বৰষুণ, চিয়াং উপত্যকাৰ জীৱনযাত্ৰাও ব্যাহত

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
September 13, 2018 11:25 pm
Flood in dhemaji
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত যোৱা ৫ দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা নৈসমূহৰ পানীত বুৰ গৈছে ধেমাজি জিলাৰ ৩টাকৈ ৰাজহ চক্ৰৰ শতাধিক গাওঁ। ক্ষতিগ্ৰস্ত হৈছে ২০ সহস্ৰাধিক লোক।

‘ধেমাজি, গোগামুখ আৰু জোনাই ৰাজহ চক্ৰৰ ১১৮ খন গাঁৱৰ ২২,৬৮৯ গৰাকী লোক বছৰৰ এই দ্বিতীয়টো বানত ক্ষতিগ্ৰস্ত হৈছে। বানত নষ্ট হৈছে জিলাখনৰ প্ৰায় ৪০৭৮ হেক্টৰ ভূমিৰ কৃষি,’ জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ তথ্যত প্ৰকাশ।

Apply Now

আটাইতকৈ ক্ষতিগ্ৰস্ত জোনাই চক্ৰৰ কবুচাপৰি, মুনমুনি চাপৰি, মেচাকি চাপৰি, মুদৈ চাপৰি আদি বিস্তীৰ্ণ এলেকা বুৰাই পেলাইছে চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে।

জোনাইত ৮১খন গাঁৱৰ প্ৰায় ১১ হাজাৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে।

মহকুমা প্ৰশাসনে জোনাইত ২টা সাহায্য শিবিৰ স্থাপন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ‘১৫৩.১৮ কুইণ্টল চাউল, ২৯.৩৭ কুইণ্টল দাইল, ৮.৮১ কুইণ্টল নিমখ আৰু ৩০০ খন তিৰপাল বানাক্ৰান্তৰ মাজত ইতিমধ্যে বিতৰণ কৰা হৈছে,’ প্ৰশাসনীয় সূত্ৰত প্ৰকাশ।

আনহাতে জীয়াধলৰ পানীয়ে বুৰাইছে ধেমাজি ৰাজহ চক্ৰৰ জইৰামপুৰ আৰু লালুকজান অঞ্চল। প্ৰশাসনে বৃহস্পতিবাৰে ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয়ত সাহায্য শিবিৰ মুকলি কৰি দুখন গাঁৱৰ ৩৫৭গৰাকী লোকক আশ্ৰয় প্ৰদান কৰিছে।

গোগামুখ ৰাজহ চক্ৰৰ কমলপুৰ গাঁৱৰ বিজয় তাঁতী নামৰ এজন যুৱকে বৃহস্পতিবাৰে বানত ডুব গৈ মৃত্যুক সাৱটি লৈছে।

গোগামুখত কুমটীয়া নৈৰ পানীয়ে ৩৫ খন গাওঁ বুৰাই পেলাইছে।

ধাৰাষাৰ বৰষুণৰ ফলত ধেমাজিৰ লগতে অৰুণাচল প্ৰদেশৰ চিয়াং উপত্যকাৰ জীৱনযাত্ৰাও ব্যাহত হৈছে।

বৃহস্পতিবাৰে এই বাতৰি পঠোৱাৰ পৰলৈকে বতৰ মুকলি হোৱা নাই।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd