• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদত সংশ্লিষ্ট বিদ্যালয়ত কৰ্তব্যৰত কোনো শিক্ষককে দিয়া নহ’ব নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 7:24 am
Siddhartha-Bhatta

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়াৰ পৰা কৰ্তব্যৰত বিদ্যালয়খনৰ কোনো শিক্ষককে সংশ্লিষ্ট বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া নহ’ব।

আনহাতে, জ্যেষ্ঠতা আৰু যোগ্যতাৰ ভিত্তিত সহঃ শিক্ষক এজনে প্ৰধান শিক্ষকলৈ পদোন্নতি লাভ কৰিলেও তেওঁক অন্য স্কুলত নিযুক্তি দিয়া হ’ব। তদুপৰি জিলাৰ ভিতৰতে প্ৰধান শিক্ষকসকলক বদলি কৰা হ’ব। শিক্ষা বিভাগৰ এই নিয়ম অনুসৰি সংশ্লিষ্ট স্কুলৰ সহঃ শিক্ষকৰ প্ৰধান শিক্ষকলৈ পদোন্নতিৰ পৰম্পৰা ভংগ হ’ব।

Apply Now

হাইস্কুলৰ প্ৰশাসনীয় আৰু শৈক্ষিক দিশটোৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ শিক্ষা বিভাগে এই ব্যৱস্থাৰ কথা চিন্তা কৰিছে। কেবিনেট সিদ্ধান্ত অনুসৰি মাধ্যমিক শিক্ষাত এই নতুন নিয়ম  প্ৰৱৰ্তন কৰা হ’ব।

ইতিমধ্যে পাৰ্ছনেল, বিত্ত বিভাগে শিক্ষা বিভাগৰ এই সংশোধিত নিয়মৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছত কেবিনেটৰ সিদ্ধান্ত অনুসৰি হাইস্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। নতুন নিয়ম অনুসৰি জিলা ভিত্তিত নিৰ্বাচিত প্ৰধান শিক্ষকসকলৰ তালিকা প্ৰস্তুত কৰি বিভিন্ন বিদ্যালয়ত নিযুক্তি দিয়া হ’ব। প্ৰধান শিক্ষক হিচাপে নিযুক্ত হ’বলৈ শিক্ষকজন ১০ বছৰৰ অভিজ্ঞতাপুষ্ট আৰু বি এড ডিগ্ৰীধাৰী হোৱাৰ চৰ্ত প্ৰযোজ্য।

এতিয়া বাছনি হ’বলগীয়া প্ৰধান শিক্ষকসকলক চৰকাৰে প্ৰৱৰ্তন কৰিব খোজা নতুন নিয়মৰ আওতাত নিযুক্তি দিলে হাইস্কুলসমূহত ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বিভিন্নজনে। বিগত সময়ত প্রধান শিক্ষকলৈ পদোন্নতিৰ নামত সহঃ শিক্ষকসকলৰ মাজত সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু ইয়াৰ প্ৰভাৱ সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশতো পৰা দেখা যায়।

বৰ্তমান ৰাজ্যখনত ৫৫৩খন হাইস্কুলত প্ৰধান শিক্ষকৰ পদ খালী হৈ আছে। মাধ্যমিক শিক্ষাৰ যুটীয়া সচিব এছ এন চৌধুৰীক অধ্যক্ষ হিচাপে প্ৰধান শিক্ষক বাছনিৰ বাবে এখন কমিটীও গঠন কৰা হৈছে। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰধান শিক্ষকৰ বাছনি প্ৰক্ৰিয়া ২৯ ছেপ্টেম্বৰলৈ চলিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd