• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱ সংঘৰ উদ্যোগত নগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰদেৱৰ ৫৭০ সংখ্যক আৰ্বিভাৱ উৎসৱ

by
September 22, 2018 9:24 pm
Nagaon Sankar Sangha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱ শংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৰ্বিভাৱ উৎসৱ আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, আজি পুৱা কৃষ্ণ বৰাৰ পৰিচালনাত প্ৰাতঃপ্ৰসংগ কাৰ্যসূচীৰে আৰ্বিভাৱ মহোৎসৱ শুভাৰম্ভ হয়। ইয়াৰ পিছতে জিলা শাখাৰ সেৱা বাহিনীৰ উদ্যোগত পৰিৱেশ নিকাকৰণ, মূল তোৰণ উন্মোচন, পুথিভঁ‌ড়ালৰ দুৱাৰ উন্মোচন, প্ৰাচীৰ পত্রিকা উন্মোচন, নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত নাম প্ৰসংগ আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

Apply Now

বিশিষ্ট সমাজ কৰ্মী সঞ্জয় আগৰৱালাই জিলা শাখাৰ সভাকক্ষ উন্মোচন কৰাৰ পিছত শংকৰী সংগীতৰ অনুষ্ঠান উদ্বোধন কৰে শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ অলীম মহন্তই। তেখেতে ভাষণ প্ৰসংগত কয়, ‘গুৰু ধৰ্মৰ প্ৰতি মানুহৰ অৱহেলা হোৱা দেখা গৈছে। দিনক দিনে খোল তাল বজোৱা মানুহৰ সংখ্যা কমিছে। নীতি শিক্ষাৰ অভাৱৰ বাবে আধ্যাত্মিক আৰু মানৱীয় মূল্যবোধৰ স্খলন ঘটিছে।’

দিনটোৰ কাৰ্যসূচীৰ অন্তত সন্ধিয়ালৈ ৫৭০ গচি বন্তি প্ৰজ্বলনৰে মহাপুৰুষগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে নিশালৈ গুৰুজনাৰ অনবদ্য সৃষ্টি অংকীয়া ভাওনা ‘ৰুক্মিণী হৰণ’ কলিয়াবৰৰ অমৃৎ মন্থন শিল্পী সমাজে মঞ্চস্থ কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল-ডিজেল ক্ৰয়ত মোদী চৰকাৰৰ কঠোৰ নিয়মাৱলী, পেট্ৰল পাম্পৰ পৰা ইন্ধন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ীৰ বাবে নিষেধাজ্ঞা

পেট্ৰল-ডিজেল ক্ৰয়ত মোদী চৰকাৰৰ কঠোৰ নিয়মাৱলী, পেট্ৰল পাম্পৰ পৰা ইন্ধন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ীৰ বাবে নিষেধাজ্ঞা

June 12, 2026 10:06 am
৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

June 12, 2026 9:47 am
দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

June 12, 2026 9:46 am
নীতি-আদৰ্শহীন ৰাজনীতি! আধুনিক সময়ৰ মিৰজাফৰবোৰ কোন?

নীতি-আদৰ্শহীন ৰাজনীতি! আধুনিক সময়ৰ মিৰজাফৰবোৰ কোন?

June 12, 2026 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল-ডিজেল ক্ৰয়ত মোদী চৰকাৰৰ কঠোৰ নিয়মাৱলী, পেট্ৰল পাম্পৰ পৰা ইন্ধন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ীৰ বাবে নিষেধাজ্ঞা

পেট্ৰল-ডিজেল ক্ৰয়ত মোদী চৰকাৰৰ কঠোৰ নিয়মাৱলী, পেট্ৰল পাম্পৰ পৰা ইন্ধন লোৱাৰ ক্ষেত্ৰত ব্যৱসায়ীৰ বাবে নিষেধাজ্ঞা

June 12, 2026 10:06 am
৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

June 12, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd