• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ : তাৰিখত হোৱা নিজৰ ভুল শুধৰালে ৰাজ্য চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2018 5:30 pm
Wildlife Week

অসম চৰকাৰে ১ অক্তোবৰত ভুল তাৰিখেৰে প্ৰকাশ কৰা বিজ্ঞাপন।

479
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে ৬৪সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ কাৰ্য্যসূচীৰ সৈতে সামঞ্জস্য ৰাখি ৰাজ্য চৰকাৰেও এই সপ্তাহ পালন কৰিবলৈ গৈ দিৱসটোৰ তাৰিখ সম্পৰ্কীয় যি বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল তাৰ আজি শুধৰনি কৰিছে চৰকাৰে।

পূৰ্বে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ১ৰ পৰা ৭ অক্তোবৰলৈকে পালন কৰিব বুলি কাকতৰ সম্পূৰ্ণ পৃষ্ঠা ভৰাই বিজ্ঞাপন দিয়া ৰাজ্য চৰকাৰে আজি এই সপ্তাহ ২ৰ পৰা ৮ অক্তোবৰলৈ বুলি চৰকাৰে নিজৰ অনলাইন মাধ্যমবোৰত শুধৰাই প্ৰকাশ কৰিছে।

Wildlife Week_Assam

উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত যোৱা সোমবাৰেই (১ অক্টোবৰ, ২০০৮) সম্পূৰ্ণ এক পৃষ্ঠাৰ বিজ্ঞাপন দিছিল ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগ, য’ত মিচিকিয়াই হাঁহি থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম গৌৰৱ এশিঙীয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ বুলি প্ৰকাশ পাইছিল। বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিজ্ঞাপন নং জনসংযোগ/ ডি/  ৫৩১৫/ ১৮ যোগে কাকতসমূহত প্ৰকাশ কৰিছিল।

 

ইয়াৰ পিছতে চৰকাৰৰ এই প্ৰমাদক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজমেন্ট বিষয়ৰ দায়িত্বত থকা লোকসকলৰ জ্ঞান-দায়বদ্ধতাক লৈও প্ৰশ্ন তোলে বিভিন্নজনে।

Recent News

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd