• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া শিল্পীৰ বিৰল কৃতিত্ব : শুকুৰবাৰে আৰৱত পৰিৱেশিত হ’ব ‘’চাৰে জাহাঁ চে অচ্ছা’’ৰ সংস্কৃত ৰূপান্তৰ

মিণ্টু দাস by মিণ্টু দাস
October 11, 2018 5:15 pm
Ranjan

শিল্পী ৰঞ্জন বেজবৰুৱা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাশ্চাত্য সংস্কৃতিৰ অবাধ আগ্ৰাসনত দেশীয় সংস্কৃতি নিষ্প্ৰভ হ’বৰ উপক্ৰম হোৱাৰ সময়ত নৱ প্ৰজন্মক দেশীয় কৃষ্টিৰ শিপাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ একাংশ লোকে নিৰলস প্ৰচেষ্টা চলাই আহিছে। দেৱভাষা সংস্কৃতৰ মাধ্যমেৰে সাহিত্য-সংস্কৃতিৰ জগতত উল্লেখনীয় অৱদান আগবঢ়াই দেশক উজলাই তুলিবলৈ সক্ষম হোৱা শিল্পী ৰঞ্জন বেজবৰুৱা এনে এজন  সাধকৰ নাম।

30a50b99-b395-483f-a83c-7e2159635792

প্ৰখ্যাত উৰ্দু কবি  ইকবালৰ বহু সমাদৃত দেশপ্ৰেমমূলক গীত ‘চাৰে জাহাঁ চে অচ্ছা’ৰ ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰ ‘সৰ্বলোকেষু ৰম্যম্’ শুকুৰবাৰে অৰ্থাৎ ১২ অক্টোবৰত সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰত অভিনৱৰূপত পৰিৱেশিত হ’ব।

এই দিনটোতেই দেশৰ সীমনা পাৰ হৈ বহি:ৰাষ্ট্ৰতো আকৌ এবাৰ গুঞ্জৰিত হ’ব ভাৰত- বন্দনা। আৰৱ যুক্তৰাষ্ট্ৰৰ ৰছ আল খাইমাহ নগৰীত এই গীতটি বহু শিল্পীৰ সমৱেত কণ্ঠত পৰিবেশিত হব।

আৰৱ যুক্তৰাষ্ট্ৰত এই সংস্কৃত- উৎসৱ ‘সংস্কাৰ ভাৰতী’ নামৰ প্ৰখ্যাত সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হ’ব। সংস্কাৰ ভাৰতীয়ে ভাৰতবৰ্ষৰ লগতে বিদেশতো সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰন্তৰ কাম কৰি আহিছে।এই উৎসৱত মুখ্য অতিথি হিচাপে সংস্কাৰ ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক শ্ৰীঈশ দেৱ পূজাৰীয়ে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, ৰৱীন্দ্ৰনাথৰ ‘জন গণ মন’ৰ পিচতে জনপ্ৰিয় দেশপ্ৰেমৰ গীত ইকবালৰ ‘চাৰে জাহাঁ চে অচ্ছা’ শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপ ‘সৰ্ৱলোকেষু ৰম্যম্’ ইতিপূৰ্বে ২০১৬ চনত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে দিল্লী দূৰদৰ্শনৰ যোগেদি সম্প্ৰচাৰিত হৈ গৈছে।

আনহাতে, বেজবৰুৱাই মহম্মদ ৰফিৰ ‘জাহাঁ ডাল ডাল পৰ’ গীতৰ ডঃ হৰেকৃষ্ণ মেহৰে কৰা সংস্কৃত ভাষান্তৰ, এ আৰ ৰহমানৰ ‘ভাৰত হামকো জান চে প্যাৰ হ্যেঁ’ৰ ডঃ চি ৰামনাগপালে কৰা সংস্কৃত ভাষান্তৰত কণ্ঠদান কৰিছে। এই গীতসমূহ দেশৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সময়ত দিল্লী দূৰদৰ্শনৰ ডি ডি নিউজ যোগে সম্প্ৰচাৰিত হৈছে।

উক্ত গীত সমূহত বেজবৰুৱাৰ লগত সহ-শিল্পী হিচাপে প্ৰণতি বৰুৱা, কৃষ্ণা বৰা, ঋতুৰাণী মৌচুমীয়ে কণ্ঠদান কৰিছে।সংগীত পৰিচালনা কৰিছে প্ৰাঞ্জল বৰাই। ৰঞ্জন বেজবৰুৱাৰ  কণ্ঠত ভাৰতবৰ্ষৰ জনপ্ৰিয় দেশপ্ৰেমমূলক গীতৰ সংস্কৃত ৰূপ শুনি সংগীতজ্ঞ ৰহমানে ‘ভাৰতীয় সংবেদনেৰে সংস্কৃতত কালজয়ী গীতৰ নৱনিৰ্মাণ’ বুলি মন্তব্য কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd