• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তম শইকীয়া by উত্তম শইকীয়া
October 12, 2018 6:32 pm
_DSC7392
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ শেষত বিশ্বৰ পৰ্যটকৰ বাবে আজি পুৱা মুকলি হ’ল বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয়৷ অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন উন্নয়ন নিগমৰ সভাপতি জয়ন্তমল্ল বৰুৱা আৰু ধেমাজিৰ বিধায়ক ডা৹ ৰনোজ পেগুৰ উপস্থিতিত বনমন্ত্ৰীয়ে ফিটা কাটি আজিপুৱা কাজিৰঙাৰ মিহিমুখত আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰে ৷

এই উপলক্ষে মিহিমুখৰ প্ৰৱেশদ্বাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্থানীয় লোক, ছাত্ৰ-ছাত্ৰীৰ উপৰিও বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকে৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ দ্বাৰা পৰিবেশিত এটা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত গনেশ নেৱাৰৰ পৰিয়ালক ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ তৰফৰ পৰা এক লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে৷ মিহিমুখৰ পাচতেই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ বাগৰি বনাঞ্চলো আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে৷

Apply Now

বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰাৰ পাচত দিয়া ভাষণত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত গঁড় হত্যা ৰোধ কৰাত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ সফল হোৱা বুলি মন্তব্য কৰে৷ মন কৰিবলগীয়া যে আজি কেৱল জীপছিৰে আংশিক ভাৱেহে উদ্যান দৰ্শনৰ সুবিধা প্ৰদান কৰে বন বিভাগে৷ বাৰিষাৰ পাচত উদ্যানখনৰ বাট-পথ এতিয়াও মেৰামতি কৰিব পৰা নাই বাবেই পৰ্যটকৰ বাবে আংশিকভাৱে পৰ্যটকৰ উদ্যান দৰ্শন সুবিধা দিয়া হৈছে বুলি বন মন্ত্ৰী গৰাকীয়ে জনায়৷

উল্লেখ্য যে আজি অকল কহঁৰা আৰু বাগৰিত ৰেঞ্জতহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে৷ পৰৱৰ্তী সময়তহে অগৰাতলি আৰু বুঢ়াপাহাৰ ৰেঞ্জ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি বন বিভাগে জনাইছে ৷ মন কৰিব লগীয়া যে আজিৰ পৰা ৮২ বছৰৰ আগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আকবৰ আৰু ছাহজাহান নামৰ দুটা বন বিভাগৰ হাতীৰে সেই সময়ত কহঁৰাৰ মিহি বিলৰ সমীপৰ পৰা পৰ্যটকক হাতীৰে উদ্যান দেখুওৱাৰ ব্যৱস্থা আছিল৷ আজি বিদেশী পৰ্যটকৰ বিপৰীতে পশ্চিম বংগৰ পৰা অহা পৰ্যটকৰ সমাবেশ হয় কাজিৰঙাত৷

সম্প্ৰতি বিগত বছৰত কাজিৰঙালৈ ১,৮৯,১৯৯ জন দেশী পৰ্যটক আৰু ৮,৫৬৯ জন বিদেশী পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছিল আৰু উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল ৫ কোটি, ৭৬ লাখ ২১ হেজাৰ টকাৰ ৰাজহ লাভ কৰিছিল৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd