• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 12, 2018 6:36 pm

2 min read

_DSC7392
460
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ শেষত বিশ্বৰ পৰ্যটকৰ বাবে আজি পুৱা মুকলি হ’ল বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয়৷ অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন উন্নয়ন নিগমৰ সভাপতি জয়ন্তমল্ল বৰুৱা আৰু ধেমাজিৰ বিধায়ক ডা৹ ৰনোজ পেগুৰ উপস্থিতিত বনমন্ত্ৰীয়ে ফিটা কাটি আজিপুৱা কাজিৰঙাৰ মিহিমুখত আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰে ৷

এই উপলক্ষে মিহিমুখৰ প্ৰৱেশদ্বাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্থানীয় লোক, ছাত্ৰ-ছাত্ৰীৰ উপৰিও বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকে৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ দ্বাৰা পৰিবেশিত এটা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত গনেশ নেৱাৰৰ পৰিয়ালক ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ তৰফৰ পৰা এক লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে৷ মিহিমুখৰ পাচতেই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ বাগৰি বনাঞ্চলো আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে৷

বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰাৰ পাচত দিয়া ভাষণত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত গঁড় হত্যা ৰোধ কৰাত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ সফল হোৱা বুলি মন্তব্য কৰে৷ মন কৰিবলগীয়া যে আজি কেৱল জীপছিৰে আংশিক ভাৱেহে উদ্যান দৰ্শনৰ সুবিধা প্ৰদান কৰে বন বিভাগে৷ বাৰিষাৰ পাচত উদ্যানখনৰ বাট-পথ এতিয়াও মেৰামতি কৰিব পৰা নাই বাবেই পৰ্যটকৰ বাবে আংশিকভাৱে পৰ্যটকৰ উদ্যান দৰ্শন সুবিধা দিয়া হৈছে বুলি বন মন্ত্ৰী গৰাকীয়ে জনায়৷

উল্লেখ্য যে আজি অকল কহঁৰা আৰু বাগৰিত ৰেঞ্জতহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে৷ পৰৱৰ্তী সময়তহে অগৰাতলি আৰু বুঢ়াপাহাৰ ৰেঞ্জ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি বন বিভাগে জনাইছে ৷ মন কৰিব লগীয়া যে আজিৰ পৰা ৮২ বছৰৰ আগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আকবৰ আৰু ছাহজাহান নামৰ দুটা বন বিভাগৰ হাতীৰে সেই সময়ত কহঁৰাৰ মিহি বিলৰ সমীপৰ পৰা পৰ্যটকক হাতীৰে উদ্যান দেখুওৱাৰ ব্যৱস্থা আছিল৷ আজি বিদেশী পৰ্যটকৰ বিপৰীতে পশ্চিম বংগৰ পৰা অহা পৰ্যটকৰ সমাবেশ হয় কাজিৰঙাত৷

সম্প্ৰতি বিগত বছৰত কাজিৰঙালৈ ১,৮৯,১৯৯ জন দেশী পৰ্যটক আৰু ৮,৫৬৯ জন বিদেশী পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছিল আৰু উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল ৫ কোটি, ৭৬ লাখ ২১ হেজাৰ টকাৰ ৰাজহ লাভ কৰিছিল৷

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd