• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণ গুৰুৰ যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন : উপস্থিত থাকিব মুখ্য মন্ত্ৰী সোণোৱাল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 14, 2018 9:14 am
509
VIEWS
Share on FacebookShare on Twitter

শনিবাৰ অৰ্থাৎ ১৩ অক্টোবৰৰ পৰা শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত আৰম্ভ হৈছে কৃষ্ণ গুৰুৰ আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন।

পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ, স্বচ্ছতা অভিযান, বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰাৰ পাছত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় কৃষ্ণ গুৰুৰ আধ্যাত্মিক আলোচনা চক্ৰ। ‘যুৱ সমাজৰ বাবে আধ্যাত্মিক জ্ঞাপন প্ৰয়োজনীয়তা’ শীৰ্ষক আলোচনা চক্ৰৰ সঞ্চালন কৰে কৃষ্ণ গুৰু যুৱ সমাজৰ সভাপতি ধন গগৈয়ে।

আলোচনা চক্ৰৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কৃষ্ণ গুৰুৰ আধ্যাত্মিক বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় যে বিজ্ঞান আৰু আধ্যাত্মিকতা পৰিপূৰক শব্দ। বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত আধ্যাত্মিকতাৰ সম্পৰ্ক আছে।

তাৰোপৰি বৰুৱাই কয় যে, ‘আত্মসংযমৰ শিক্ষা কেৱল আধ্যাত্মিকতাইহে দিব পাৰে।আমাৰ ছয় ৰিপু দমন কৰি জীৱনক আধ্যাত্মিকতাৰ জৰিয়তেহে সমৃদ্ধ কৰিব পৰা যায়।আধ্যাত্মিক শিক্ষা নথকাৰ বাবেই সমগ্ৰ বিশ্বত হিংসা , হত্যা, ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পাব ধৰিছে।’

এই আধ্যাত্মিক আলোচনা চক্ৰত শৈলেন বড়ো ডেকা অধিকাৰ, কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ তৰুণ চন্দ্ৰ বড়া,  হেমকান্ত বড়া মেধি,  স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা আৰু মানসজ্যোতি সন্দিকৈয়ে ভাষণ দিয়ে। অনুষ্ঠানৰ পূৰ্বে সমীৰ দত্তই আলোচনা চক্ৰৰ তাৎপৰ্য্য ব্যাখ্যা কৰে।

উল্লেখ্যযোগ্য যে আজি দিনৰ ১২ বজাত এই দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হব। কৃষ্ণ গুৰুৰ আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকাৰ সঞ্চালনত অনুষ্ঠিত হ’ব লগা মুকলি সভাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।

Recent News

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd