• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চীন-ভাৰত সীমান্তৰ বনাঞ্চলত উপস্থিত বন্যপ্ৰাণী গৱেষক অভিযাত্ৰী দল

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
October 17, 2018 5:12 pm
PK expedition-2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ নিৰ্দেশক আৰু ডেৰাডুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (Wildlife Institute of India) প্ৰশিক্ষণপ্ৰাপ্ত ফটোগ্ৰাফাৰৰ সৈতে বিজ্ঞানীৰ এটা দল আহি চীন-ভাৰত সীমান্তত উপস্থিত হৈছে।  অৰুণাচলৰ ছিয়াং নদীৰ উপত্যকাত এটা বন্যপ্ৰাণীৰ ওপৰত এটা গৱেষণামূলক অভিযান সম্পন্ন কৰি থকা দলটোৱে চীন-ভাৰত সীমান্তত থকা উজনি ছিয়াং জিলাৰ টুটিং আৰু গেলিঙত আজি উপস্থিত হৈছে।

দলটোৱে এলেকাটোৰ জৈৱ-বৈচিত্ৰৰ ওপৰত বিশদ বৈজ্ঞানিক অধ্যয়ন কৰি বন্যপ্ৰাণীৰ জৰীপ, তথ্যভুক্তি, বন্যপ্ৰাণী ফটো তোলা, বন্যপ্ৰাণীৰ শব্দ সন্ধান বিজ্ঞান সন্মত ফটোগ্ৰাফী আদি। এয়া গ্ৰন্থ আৰু গৱেষণাপত্ৰ আকাৰে প্ৰকাশ কৰা হ’ব।

Apply Now

দলটোৱে ৩০ তাৰিখে পোবা আৰু লালি সংৰক্ষিত বনাঞ্চল আৰু দয়িং ইৰিং বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ জৰীপ সম্পন্ন কৰিছে।

বন্যপ্ৰাণী বিশেষজ্ঞৰ দলটোত মৌলিং ৰাষ্ট্ৰীয় উদ্যানৰ মাণ্ডলিক  বন বিষয়া (বন্যপ্ৰাণী) বোকেন পাৱেও আছে। বৰ্তমান দলটো মৌলিং ৰাষ্ট্ৰীয় উদ্যানত জৰীপ আৰু ফটো তোলাত ব্যস্ত আছে। বিশেষজ্ঞৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ পাহাৰৰ টিঙত বাস কৰা বন্যপ্ৰাণীসমূহৰ বিষয়ে অৱগত হ’বলৈ ড্ৰোন কেমেৰাও ব্যৱহাৰ কৰিছে।

জানিব পৰা মতে দলটোৱে এতিয়ালৈকে বিজ্ঞানৰ দৃষ্টিত নপৰা ভালেকেইটামান পক্ষী, সৰীসৃপ, পতংগৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে। অৱশে এতিয়াও ইয়াৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

অভিযাত্ৰী দলটোৰ নেতৃত্বত আছে জীৱবিজ্ঞানী ড০ অভিজিৎ দাস। দলটোত আছে ড০ মনোজ নাইক (পক্ষীবিদ), ড০ বিভাস পাণ্ডৱ (ব্যাঘ্ৰ বিশেষজ্ঞ), ড০ নভেন্দু পেজ (বৃক্ষ নাম বিশেষজ্ঞ), বিবিক সৰকাৰ (পৰুৱাবিদ), ধৃতিমান মুখাৰ্জী (প্ৰশিক্ষিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ), অৱসৰপ্ৰাপ্ত অধ্যাপক (বন্যপ্ৰাণী) সুশূল কুমাৰ দত্ত আদি। তেওঁলোকে বন্যপ্ৰাণী আৰু তথ্যভুক্তিকৰণ, বন্যপ্ৰাণীৰ শব্দ সন্ধান আৰু বৈজ্ঞানিক ফটোগ্ৰাফীৰ ওপৰত এটা জৰীপ সম্পন্ন কৰিব। এয়া পৰৱৰ্তী সময়ত কিতাপ আৰু গৱেষণামূলক প্ৰৱন্ধ হিচাপে প্ৰকাশ কৰা হ’ব।

এই পাৰিপাৰ্শিক অভিযানটোত ছিয়াং নদীৰ উপত্যকাত বন্যপ্ৰাণীৰ ঐতিহাসিক যাত্ৰাপথ সম্পৰ্কেও এটা জৰীপ চলোৱাৰ উদ্দেশ্য আছে।

উল্লেখ্য যে বৃটিছসকলে আবৰ জংঘলত অভিযান চলাইছিল। এই স্থানসমূহক আজি কালি ছিয়াং, পূব ছিয়াং, পশ্চিম ছিয়াং, নামনি ছিয়াং আৰু উজনি ছিয়াং নামেৰে জনা যায়।

দলটো ২২ অক্টোঊৰত পাছিঘাটলৈ উভতি আহি ২৫ অক্টোবৰত অভিযানৰ সামৰণি মাৰিব।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd