• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

তিব্বতত ব্ৰহ্মপুত্ৰৰ মূল প্ৰৱাহত ভূমিস্খলন : শুকাই যাব পাৰে অসমীয়াৰ আয়ুসৰেখা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2018 5:21 pm
IMG-20181018-WA0027-1539854704
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ জৰুৰীকালীন সেৱা বিভাগৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰিয়ে অৰুণাচল আৰু অসমলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ব্ৰহ্মপুত্ৰৰ মূল সোঁত— য়াংৰ্লু চাংপোত বাধা পৰাৰ ফলত অসমৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ প্ৰৱল আশংকাই দেখা দিছে।

চীনৰ পৰা প্ৰকাশিত শেহতীয়া প্ৰতিৱেদনটোত  প্ৰকাশ পাইছে যে তিব্বতত এটা ভূমি স্খলনৰ ঘটনাৰ পাছত এলেকাটোৰ এটা গুৰুত্বপূৰ্ণ নদীৰ সোঁত বন্ধ হৈ যোৱাৰ ফলত উক্ত স্থানৰ পৰা ৬০০ লোকক স্থানান্তৰিত কৰা হৈছে।

Apply Now

প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, বুধবাৰে পুৱা  ব্ৰহ্মপুত্ৰৰ মূল সোঁত য়াংৰ্লু চাংপো নৈখন বৈ অহা গভীৰ উপত্যকাটোত পাহাৰৰ শিখৰ এটা খহি পৰাৰ ফলত উক্ত বান্ধ হ্ৰদটো গঠন হৈছে।

ইতিমধ্যে চীনে ভাৰতক এই অৱৰুদ্ধ হৈ থকা জলভাগ সন্দৰ্ভত শেহতীয়া খবৰ অৱগত কৰি আছে।

শেহতীয়াভাৱে বৃহস্পতিবাৰৰ প্ৰতিৱেদনত আৰু কোৱা হৈছে যে মেনলিং কাউণ্টিৰ অন্তৰ্গত এখন গাঁৱৰ সমীপত এই ভূমিস্খলন সংঘটিত হৈছে আৰু বন্ধ হৈ পৰা পানীখিনিয়ে ৪০ মিটাৰলৈকে জলস্তৰৰ উচ্চতা বৃদ্ধি কৰিছে।

ইতিমধ্যে এই বিষয়ত শংকিত হৈ অৰুণাচলৰ সাংসদ নিনং ইৰিঙে বহিঃ পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ আৰু জল সম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য ন্ত্ৰী অৰুণ ৰাম মেঘৱাললৈ কৰিছে অৰুণাচলত ইয়াৰ পৰা পৰিব পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত পত্ৰযোগে এই কথা অৱগত অৱগত কৰিছে।

ইৰিঙে তেওঁৰ পত্ৰখনত কৈছে যে চীনৰ জল সম্পদ মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰৰ মূল জলভাগ মিলিন অংশটো বাধাগ্ৰস্ত হৈ পৰিছে যিটোৱে অৰুণাচলত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ইয়াৰ ফলত নদীখন ভাটি এলেকাত শুকাই যোৱাৰ আশংকাই দেখা দিয়াৰফলত পৰিৱেশতন্ত্ৰ আৰু বাসিন্দাসকলৰ জীৱনলৈ অশনি সংকেত নামি অহাৰ আশংকা ব্যক্ত কৰিছে সাংসদ গৰাকীয়ে।

সাংসদগৰাকীয়ে অৰুণাচলৰ মাটি, পানী, অৰণ্য আৰু অমূল্য জীৱনক সুৰক্ষিত কৰাৰ বাবে যিমান পাৰি আগতীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক অনুৰোধ জনাইছে। ইৰিঙে অৰুণাচলৰ শুকাই যোৱা নদীখনৰ ফটোও পত্ৰখনত সংলগ্ন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd