• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ মুখ্য ন্যায়াধীশতকৈ বিজেপিৰ সভাপতি অমিত শ্বাহৰ নিৰাপত্তাতহে অধিক গুৰুত্ব দিলে চৰকাৰে : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2018 7:55 pm
Debabrata-Saikia
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দেশৰ মুখ্য ন্যায়াধীশতকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিলে ৰাজ্য চৰকাৰে।”

গৃহৰাজ্যতে সপত্নীক কামাখ্যা মন্দিৰ ভ্ৰমণৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ভিৰত আবদ্ধ হোৱাৰ ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই।

Apply Now

উল্লেখযোগ্য যে, দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৭ অক্টোবৰত কামাখ্যা মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি যথোচিত মনোযোগ প্ৰদৰ্শনত ব্যৰ্থতাৰ বাবে কালি ৰাজ্যৰ প্ৰশাসনে গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কুমাৰ কাঠকটীয়াক নিলম্বন কৰিছিল। তাৰ পাছতেই বিৰোধী দলপতি দেবব্ৰত শইকীয়া বিষয়টোৰ সন্দৰ্ভত সৰৱ হৈ পৰে।

তেওঁ উক্ত ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে অভিযোগ কৰি কয়, “উচ্চতম ন্যায়ালয়ৰ এগৰাকী মুখ্য ন্যায়াধীশক নিৰাপত্তাৰ ক্ষেত্ৰত কনিষ্ঠ বিষয়াক দায়িত্ব দিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে।”

এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ক্ষেত্ৰত আৰক্ষীৰ উচ্চপদস্থ বিষয়া এগৰাকীক দায়িত্ব দিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, নিলম্বিত পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰশান্ত কাঠকটীয়াক নিলম্বন কৰাটো উচিত হোৱা নাই বুলি দাবী কৰি লগতে বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, “তেওঁলোকৰ নিলম্বন চৰকাৰে উঠাই ল’ব লাগে।”

তদুপৰি বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তাৰ দিশটোতকৈ অসম চৰকাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিহে বেছিকৈ গুৰুত্ব আৰোপ কৰিলে।

উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশৰ পদত আসীন হোৱাৰ পিছত ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্তোবৰত প্ৰথমবাৰৰ বাবে তেওঁৰ গৃহ ৰাজ্যলৈ আহিছিল। ৰাজ্য চৰকাৰে তেওঁক বিমান বন্দৰত ৰঙা দলিচা পাৰি ৰাজ্যিক মৰ্য্যাদা দি আদৰিছিল।

কিন্তু মুখ্য ন্যায়াধীশজনে যোৱা ১৭ অক্টোবৰত সপত্নীক কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাওঁতে তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হৈছিল। একে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও কামাখ্যা ভ্ৰমণ কৰাত আৰক্ষী শ্বাহৰ নিৰাপত্তাৰ দিশটোক লৈহে অধিক ব্যস্ত হৈ পৰিছিল। ফলত ভিৰৰ মাজত আবদ্ধ হৈ পৰিছিল ন্যায়াধীশ গগৈ। বিশেষকৈ অমিত শ্বাহক লৈ ব্যস্ত বিজেপিৰ সমৰ্থকে সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd