• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বন্ধত গুৱাহাটীত স্তব্ধ জনজীৱন : তিনিজন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2018 9:27 am
08a64319-9f15-4b50-80cb-8c1eaabd9792

গুৱাহাটীত বন্ধৰ প্ৰভাৱ। ফটো : নৰ্থইষ্ট নাও

268
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে প্ৰায় ৬০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

দুই এখন ব্যক্তিগত বাহনৰ বাদে মহানগৰীৰ ৰাজপথত চলাচল কৰা নাই কোনো চিটি বাছ। অৱশ্যে বৰ্তমানলৈকে পৰিবহন নিগমৰ চিটি বাছসমূহ মাজে মাজে চলি আছে। ইয়াৰ লগতে অটো কিছুমান চলাচল কৰি থকা দেখা গৈছে।

ইপিনে, চিটি বাছৰ চলাচল বন্ধ থকাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰত কেব অপাৰেটৰ সন্থাই অ’লা অবেৰৰ চলাচলো বন্ধ ৰাখিছে।

d1e33581-7882-4ab0-bfe3-0590e7991b91
গুৱাহাটীত বন্ধৰ প্ৰভাৱ। ফটো : নৰ্থইষ্ট নাও

মহানগৰীৰ প্ৰায় সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বৰ্তমান বন্ধ ৰখা হৈছে।

আনহাতে, মহানগৰীৰো বিভিন্ন স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। গড়চুক, আই এছ বি টিত টায়াৰ জ্বলাই বাহন চলাচলত বাধা প্ৰদান কৰিছে বন্ধ সমৰ্থকে। সৰুসজাইতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাৰেংগীৰ ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই প্ৰতিবাদ সাৱ্যস্ত কৰিছে। আনহাতে, বৰবাৰীতো বন্ধ সমৰ্থকসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

আনহাতে, মহানগৰীৰ বেলতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা অৱস্থাত তিনিজন বন্ধ সমৰ্থকক বশিষ্ঠ আৰক্ষীয়ে আটক কৰে। বশিষ্ঠ আৰক্ষীয়ে সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচম কুমাৰ উজীৰ আৰু পৰিষদৰ আন দুজন সদস্য মানস দত্ত আৰু আশিস বৰাক আটক কৰে।

মহানগৰীৰ খানাপাৰাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে। আনহাতে, বন্ধৰ ফলত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনী সষ্টম কৰি ৰখা হৈছে।

Recent News

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd