• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি গোৱালপাৰাৰ বলবলাত ৪২’ ৰ চহিদ নিধানু ৰাম ৰাজবংশীৰ স্মৃতি দিৱসৰ আয়োজন

নীলমনি শর্মা by নীলমনি শর্মা
November 5, 2018 7:22 am
IMG-20181104-WA0025
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪২ চনত ৫ নৱেম্বৰৰ আজিৰ এই দিনটোতে বৃটিছ চৰকাৰে কৃষকৰ ওপৰত আৰোপ পাইকাৰী জৰিমনা আদায় নিদিয়াৰ গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা চফল যুৱক নিধানু ৰাম ৰাজবংশীক বৃটিছৰ লোকে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷ তেতিয়াৰ পৰাই ৫ নৱেম্বৰৰ দিনটো গোৱালপাৰাৰ বলবলাত স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে।

১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকৰে কৃষকৰ ওপৰত পাইকাৰী জৰিমনা আদায়ৰ নিৰ্দেশ দিছিল আৰু নিধানু ৰাম ৰাজবংশীক ৮ টকা জৰিমনা বিহিছিল।

Apply Now

কিন্তু বৃটিছে আৰোপ কৰি এই জৰিমনা আদায় নিদি নিধানু ৰাম ৰাজৱংশীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু কোনো কাৰনতে জৰিমনা নিদিয়াৰ সিদ্ধান্ত লৈছিল৷

নিধানু ৰাম ৰাজবংশীৰ এই সিদ্ধান্তত বৃটিছ বাহিনীয়ে নিধানু ৰামৰ জৰিমনা হিচাবে এহাল গৰু লৈ যোৱাৰ নিৰ্দেশ দিয়ে ৷

ইয়াতেই ক্ষোভত ফাটি পৰি নিধানু ৰাম ৰাজবংশীয়ে বৃটিছৰভেৰোনীয়া সশস্ত্ৰ  বাহিনীৰ ওপৰত জপিয়াই পৰে৷ নিধানু  ৰাম ৰাজবংশীৰ আক্ৰমণত আহত হয় বৃটিছ আৰক্ষী ৷ এই কথাত ক্ষুণ্ণ হৈ বৃটিছ বাহিনী জপিয়াই পৰে নিধানু ৰাজবংশীৰ ওপৰত আৰু বৃটিছ বাহিনীয়ে নিধানুৰ ঘৰ চাৰিওপিনে ঘেৰি লৈ গুলীচালনা কৰে। গুলীত আহত নিধানু ৰাম ৰাজবংশীক অৱশেষত অতি নৃশংসভাৱে বেনেটৰে খুছি খুছি হত্যা কৰে ৷

অবিভক্ত গোৱালপাৰা জিলাৰ এক মাত্ৰ এই বীৰ চহিদ গৰাকীৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্য আজিও জীবিত কিন্তু চৰকাৰে এই চহিদ গৰাকী ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ মাথোঁ ৫ নৱেম্বৰত ৰজা আৰু  প্ৰজা ঘৰে মিলি স্মৃতি দিৱস পালনৰে দায়িত্ব সামৰিছে।

আজি ৰাতিপুৱা ৬বজাৰ পৰা স্থানীয় ৰাইজে দিনজোৰা কাৰ্য ক্ৰমণিকাৰে স্মৃতি দিৱস পালনৰ আয়োজন কৰিছে।

আনুষ্ঠানত জিলা উপাযুক্ত বৰ্ণালী ডেকা, জিলাখনৰ দুধনৈ,গোৱালপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ বিধায়ক তিনি গৰাকীয়ে উপস্থিত থাকিব৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd