• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিতেন দত্ত আৰু মৃনাল হাজৰিকাক বিনাচৰ্তে মুক্তিৰ দাবী প্ৰাক্তন আলফা ঐক্য মঞ্চৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 10, 2018 8:21 pm
Bokakhat Ex ULFA
328
VIEWS
Share on FacebookShare on Twitter

আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্রেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি তেওঁলোকক শীঘ্ৰে মুকলি কৰিবৰ বাবে দাবী জনাইছে বৃহত্তৰ বোকাখাত প্রাক্তন আলফা ঐক্যমঞ্চৰ কাজিৰঙা আঞ্চলিক সমিতি, খুমটাই আঞ্চলিক সমিতি আৰু দেৰগাঁও আঞ্চলিক সমিতিয়ে।

উক্ত সমিতিকেইখনৰ এক সঁজাতি দলে আজি বোকাখাতৰ মহকুমাধিপতিৰ যোগেদি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এই সম্পৰ্কত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰৰ জৰিয়তে তেওঁলোকে ‘জাতীয় সংকটৰ সময়ত জাতিৰ হকে মাত মতা নেতা দুজনক একপক্ষীয়া গ্রেপ্তাৰ’ কৰা হৈছে বুলি উল্লেখ কৰি দুয়ো গৰাকীকে অতি বিনাচৰ্তে মুকলি কৰিবৰ বাবে দাবী জনায়।

তদুপৰি সাম্প্ৰতিক সময়ত, ‘প্ৰৰোচনামূলক বক্তব্যৰে অসমত সাম্প্রদায়িক বিষবাষ্প বিলাই সংঘর্ষ সৃষ্টি কৰিবলৈ বিচৰা বিজেপি বিধায়ক শিলাদিত্য দেব, সাংসদ ৰাজেন গোঁহাই, প্রদীপ দত্ত ৰায়, সুকুমাৰ বিশ্বাসৰ দৰে ব্যক্তিক’ শীঘ্ৰেই গ্রেপ্তাৰ কৰিবলৈও তেওঁলোকে দাবী জনায়।

আনহাতে অসমীয়া জাতিক সংকটত পেলাব পৰা জাতিদ্রোহী নাগৰিক সংশোধনী বিধেকয়ৰ বিৰুদ্ধে বিধানসভাত বিধেয়ক গৃহীত কৰি শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবৰ বাবেও প্ৰাক্তন আলফাৰ সদস্য সকলে মুখ্য মন্ত্ৰীক দাবী জনায়।

আজিৰ এই সঁজাতি দলটোক বোকাখাত ৰজাবাৰীৰ প্ৰাক্তন আলফা যতীন বৰা, কাজিৰঙাৰ দীপক দাস, খুমটাইৰ লক্ষী গগৈ আৰু দেৰগাঁৱৰ ৰুবুল দত্তই নেতৃত্ব প্ৰদান কৰে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd