• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলা-কাণ্ডৰ আঁৰত তৃতীয় পক্ষৰ হাত থকাৰ সম্ভাৱনাৰ কথা ক’লে অনুপ চেতিয়াই

বংগভাষী অসমীয়া সমাজ আৰু আলফাই সম্প্ৰীতিৰ আহ্বানেৰে যৌথভাৱে আয়োজন কৰিব পাঁচখন সভা

মুকুট দাস by মুকুট দাস
November 12, 2018 10:31 pm
ULFA_Bengali
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধলাৰ পাঁচজন বাঙালী লোকক হত্যা কৰা ঘটনাত তৃতীয় পক্ষ থাকিব পাৰে বুলি আজিৰ এখন সংবাদমেলত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই মত দাঙি ধৰিছে।

“আমি কালি আমি ধলালৈ গৈছিলো, আৰু শ্ৰাদ্ধত উপস্থিত আছিলো। আমি তাত যি আভাস পালো, ঘটনাটোত তৃতীয় পক্ষ জড়িত থকাৰ সম্ভাৱনা দেখিছো।” আলফাৰ সাধাৰণ সম্পাদকজনে কয়।

Apply Now

“আলফা (স্বাঃ)ই যিহেতু তেওঁলোকে এই হত্যাকাণ্ড কৰা নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। আলফা (স্বাঃ)ৰ মন্তব্যত কিছু সত্যতা আছে বুলি ভাবো।” চেতিয়াই কয়। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “আমাৰ সন্দেহ আছে। কোন তৃতীয় পক্ষ সেইটো চৰকাৰে তদন্ত কৰি উলিয়াওক।”

আনহাতে আৰ এছ এছ, বিজেপিক অসমখন উত্তপ্ত কৰি নুতুলিবলৈ আহ্বান জনায় চেতিয়াই। অসম আন্দোলনৰ সময়ৰ পৰিস্থিতি বৰ্তমান অসমত সৃষ্টি হৈছে আৰু এইটো ভাৰত চৰকাৰে সৃষ্টি কৰিছে। সেই বাবেই পুনৰ অসমৰ যুৱকসকল হাবিলৈ যাবলৈ বাধ্য হৈছে। এইদৰে কয় আলফাৰ নেতাজনে।

আনহাতে আজি একেখন সংবাদমেলত উপস্থিত থকা বংগভাষী অসমীয়া সমাজৰ প্ৰতিনিধিজনে কয় যে তেওঁলোকে আলফাৰ সৈতে একেলগে অসমত পৰ্য্যায়ক্ৰমে পাঁচখন সমাৱেশ পাতিব। এই সমাৱেশত অসমীয়া-বাঙালীৰ মাজত সম্প্ৰীতিৰ বাবে আহ্বান জনাব। প্ৰথমে তিনিচুকীয়া বা ডিব্ৰুগড় জিলাত, তাৰ পাছত মধ্য অসম নগাৱঁত তাৰ পাছত ক্ৰমে গুৱাহাটী, ধুবুৰী আৰু বৰাকত সম্প্ৰীতিৰ সমাৱেশ আয়োজন কৰিব।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd