• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৈল নগৰী কঁপাই জিতেন-মৃণালৰ নিঃচৰ্ত মুক্তিৰ দাবীত বিশাল গণ মিছিল

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
November 13, 2018 8:18 pm
Jiten_Mrinal

মৃণাল হাজৰিকা আৰু জিতেন দত্ত। ফাইল ছবি।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ নিঃচৰ্ত মুক্তিৰ দাবীত মঙলবাৰে ডিগবৈ কঁপাই তোলে তৈল নগৰীখনৰ ৰাইজৰ বিশাল প্ৰতিবাদী গণ মিছিলে।

আলফা নেতা দুজনৰ নিঃচৰ্ত মুক্তি আৰু অসম উত্তপ্ত কৰি তোলা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মুখৰিত হৈ পৰে কেইবা হাজাৰো প্ৰতিবাদী ৰাইজ।

এন আৰ চি, নাগৰিকত্ব বিধেয়কৰ লগতে বিভিন্ন বিষয়ত কৰা মন্তব্যৰে অসমত ধাৰাৱাহিক বিতৰ্কৰ সৃষ্টি কৰা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবক গ্ৰেপ্তাৰ নকৰা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

“অসমত শান্তিপূৰ্ণভাৱে বাস কৰা অসমীয়া আৰু বাঙালী সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ বীজ সিঁচি তেওঁ (শিলাদিত্যই) সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰিব খুজিছে,” এই মন্তব্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা লক্ষ্যজ্যোতি গগৈৰ।

Digboi
ডিগবৈৰ প্ৰতিবাদৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

মুলৈবাৰীৰ পৰা ডিগবৈ চাৰিআলিৰ ত্ৰেফিক পইণ্টলৈকে প্ৰতিবাদী মিছিলটো আগবঢ়াৰ সময়ত তৈল নগৰীখনত আনকি স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ যায় বহু দোকান-পোহাৰ।

ত্ৰেফিক পইণ্টত প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি বিধায়ক শিলাদিত্য দেবৰ প্ৰতিকৃতি দাহ কৰে।

ডিগবৈ উন্নয়ন সমিতিৰ উদ্যোগত ‘ৰাইজৰ সংগঠিত গণ মিছিল’টোত স্থানীয় সংগঠন ডিগবৈ মহিলা মণ্ডলৰ লগতে যোগ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd