• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ জয়সাগৰ দলনিৰ সজাগতা সভাত অৰণ্য মানৱ যাদৱ পায়েং

ৰমনী শৰ্মা by ৰমনী শৰ্মা
January 3, 2018 6:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত কলিয়াবৰৰ জয়সাগৰ দলনিত বছৰটোৰ বাৰমাহে বিভিন্ন দেশ-বিদেশৰ পৰা অহা পৰিভ্ৰমী চৰাইৰ বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতৰ এই সময়ছোৱাত এই দলনি খনত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। সেয়েহে এই জয়সাগৰ দলনিক এখন পৰ্যটনস্থলীৰ ৰূপ দিবলৈ আজি জয়সাগৰ দলনিৰ পাৰত এখন সজাগতা সভাৰ আয়োজন কৰে। এই সজাগতা সভাত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েঙ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তী আৰু কাজিৰঙা পিপল ফৰ এনিমেল আদিকে ধৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে।

জানিব পৰা মতে সভাখন আৰম্ভ হোৱাৰ আগতে কলিয়াবৰৰ শিলঘাট, মাধতাৰি, চামধৰা, শেনচোৱা, ভোলাগুৰিকে ধৰি বিভিন্ন অঞ্চলত পক্ষী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ এখনি চাইকেল ৰেলীৰ আয়োজন কৰে। এই চাইকেল ৰেলীত অৰণ্য মানব যাদৱ পায়েঙ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে কেন্দ্ৰ কৰি স্থানীয় ৰাইজে যোগদান কৰে।

Apply Now

চাইকেল ৰেলীৰ পিছতে অৰণ্য মানৱ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি গৰাকীয়ে বৃক্ষৰূপন কাৰ্য্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে আৰম্ভ হোৱা সজাগতা সভাত ভাষণ প্ৰদান কৰি গছ-গছনিৰ লগতে চৰাই-চিৰিকতিৰ ৰক্ষণাবেক্ষণৰ বাবে সভাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ লগতে কলিয়াবৰবাসী ৰাইজক আহ্বান জনায়। ইয়াৰ উপৰি জয়সাগৰ দলনি খন পৰিবেশ বিজ্ঞান অধ্যয়নৰ স্থলী হব লাগে বুলি পায়েঙে মত পোষণ কৰে।

অৰণ্য মানৱজনে ভাষণ প্ৰদান কৰাৰ পিছতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীয়ে বক্তব্য দাঙি ধৰে। কথাৰ প্ৰসংগতে তেওঁ কলং পুনৰ উজ্জীৱিত কৰাত জয়সাগৰ দলনি খনে এক বিশেষঃ সহায় কৰিব বুলি উল্লেখ কৰে। ইয়াৰ লগতে জয়সাগৰ দলনিক পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবৰ বাবে কলিয়াবৰীয়া ৰাইজক অনুৰোধ জনায়।

ৰমনী শৰ্মা

ৰমনী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd