• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ সহায়ৰ পৰা বঞ্চিত জইটাং স্বায়ত্ব শাসিত জিলাৰ অন্তৰ্গত কৃষি নিৰ্ভৰ জনসাধাৰণ

পান্না ঘোষ by পান্না ঘোষ
November 23, 2018 4:23 pm
n1
108
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহকুমাৰ পৰা ১৫ কিঃমিঃ নিলগত অৱস্থিত জইটাং স্বায়ত্ব শাসিত জিলাৰ অন্তৰ্গত গাঁৱৰ অধিবাসীসকলে তেওঁলোকৰ কৃষিভূমিত উৎপাদিত হোৱা সামগ্ৰী বিক্ৰি কৰি জীৱন ধাৰণ কৰি আহিছে। এই এলেকাটোত বলিচেৰা, পুষ্পপাৰা, টংচজাৰা, জইটাং, থাগনাগ, জাৰুলমুৰা, নোৱাগাং, তিনগোৰী আদি ৮খন গাওঁ পঞ্চায়ত আছে আছে আৰু প্ৰায় ১০০০ একৰ মাটিকালি আগুৰি আছে। এই এলেকাটো ৰসাল ফলমূল উৎপাদন কৰাৰ বাবে বিখ্যাৎ। বিশেষকৈ নপকা কঠাল, আনাৰস, তামোল, নেমু, লেচু, চজিনা আদি উৎপাদন কৰাৰ বাবে এই এলেকাটো বিখ্যাৎ। ১৯৬৪ চনত এই গাঁও স্তাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই গাঁৱত ফলমূল আৰু শাক-পাচলিৰ খেতি কৰা হৈ আহিছে। ইয়াতে মুঠ ১৭০০ পৰিয়াল বাস কৰে আৰু তেওঁলোক হালম সম্প্ৰদায়ৰ লোক। তেওঁলোকে খৃষ্টিয়ান ধৰ্মত দীক্ষিত।

সকলো কৃষিজাত সামগ্ৰীৰ ভিতৰত তামোল হৈছে তেওঁলোকৰ মুখ্য কৃষি। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তামোলৰ উৎপাদন আৰু বজাৰ উৰ্ধমূখী হয়। প্ৰতি বছৰ ইয়াত অতি কমেও ১৫০০০ টন তামোল উৎপাদিত হয় আৰু অসম, নতুন দিল্লী, মেঘালয়, চেন্নাই, বাংগালুৰু আদি ঠাইত বিক্ৰি হয়।

উল্লেখযোগ্য যে উচ্চ গুণমান বিশিষ্ট তামোল প্ৰতি বস্তাত ১৮০০ টকাত বিক্ৰি হয় আৰু নিম্ন মানৰ তামোল প্ৰতি বস্তাত ১০০০ টকাত বিক্ৰি হয়। কৃষকসকলে জনাইছে যে চৰকাৰে কোনো মনোযোগ নিদিয়াৰ বাবে ব্যৱসায় বৃদ্ধি কৰিব পৰা নাই।

তামোল বুটলা মহিলা শ্ৰমিকে দৈনিক ২৫০ টকা লাভ কৰে। তেওঁলোকে জনাইছে যে তামোলৰ পৰা লাভ যথেষ্ট কম হোৱা বাবে তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী কৰিব নোৱাৰে।

এই গাঁৱৰ পৰা তামোল ক্ৰয় কৰা ব্যৱসায়ী কেইগৰাকীমান হৈছে জামাল উদ্দিন, দিলৱাৰ হুছেইন, হেলাল উদ্দিন ইত্যাদি।

পবন ৰয় হালাম হৈছে এই গাঁৱৰ এগৰাকী বাসিন্দা ৫০ কানি মাটি আছে। ইয়াতে তেওঁ কৃষিকাৰ্য কৰে। আনহাতে তেওঁলোকে জনায় হে তালাচী চকীত কি ধৰণৰ কৰ দিয়া হয় সেই কথা তেওঁলোকে নাজানে।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd