• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰূপৰ বিধ্বংসী বলিঙৰ আগত তিষ্ঠিব নোৱাৰি এক ইনিংছ আৰু ৩৫ ৰানত পৰাস্ত হাৰিয়ানা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2018 11:52 am
Guwahati- Ranji Trophy Assam vs Hariyana (4)

ফটো : য়ুবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অসম-হাৰিয়ানাৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ মেচখনত ইনিংছ ব্যৱধানত জয়ী হয় ঘৰুৱা দল অসম। প্ৰথম ইনিংছত অসমে কৰা ৩১০ ৰানৰ প্ৰত্যুত্তৰত আলহী দলটোৱে ঘৰুৱা বলাৰৰ আগত তিষ্ঠিব নোৱাৰি প্ৰথম ইনিংছত মাত্ৰ ৯৭ ৰান আৰু দ্বিতীয় ইনিংছত ১৭৮ ৰানত অল আউট হয়।

আলহী দলটোৰ বেটিং খহনীয়াৰ মূল কাৰণ আছিল অসমৰ অৰূপ দাস। অৰূপে দুৰ্দান্ত বলিঙেৰে ৫২ ৰান খৰছ কৰি প্ৰথম ইনিংছত সৰ্বাধিক পাঁচটা, ৰঞ্জিত মালীয়ে ২৫ ৰানত তিনিটা আৰু মুখতাৰ হুছেইনে দুটা উইকেট দখল কৰে। আনহাতে দ্বিতীয় ইনিংছতো অৰূপে পাঁচটা, ৰঞ্জিত মালীয়ে তিনিটা আৰু মুখতাৰ হুছেইনে দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়।

Apply Now

উল্লেখ্য যে হাৰিয়ানাই ফল’অন খোৱাত অসমে পুনৰ আলহী দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। বেটিঙৰ আমন্ত্ৰণ পাই হাৰিয়ানাই প্ৰথম ইনিংছৰ ব্যৰ্থতাক পাহৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰে যদিও পুনৰ দলটোক বেকফুটলৈ ঠেলি দিয়ে অৰূপ দাসে। অৰূপৰ বলিঙৰ আগত তিষ্ঠিব নোৱাৰি পুনৰ তাচপাতৰ দৰে খহে হাৰিয়ানাৰ উইকেট।

Guwahati- Ranji Trophy Assam vs Hariyana (7)
হাৰিয়ানাৰ বিৰুদ্ধে বলিং কৰি থকাৰ মূহুৰ্তত অৰূপ দাস
ফটো : যুবি

দ্বিতীয় দিনাৰ খেলৰ অন্তলৈকে আলহী দলটোৱে সাতটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৭৮ ৰান। ১৩৫ ৰানত পিছ পৰি থকা হাৰিয়ানাই তৃতীয় দিনাৰ খেল আৰম্ভ কৰি ১৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰে। আৰু এইদৰে অসমে মেচখন এক ইনিংছ আৰু ৩৫ ৰানৰ ব্যৱধানত জয়ী হয়।

অসমৰ বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই হাৰিয়ানাৰ দৰে অভিজ্ঞ খেলুৱৈৰে সমৃদ্ধ দলক ইনিংছ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। তদুপৰি আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ দললৈ উভতা গকুল শৰ্মাৰ বেটিং প্ৰদৰ্শনো আছিল উল্লেখণীয়। মেচখনত গকুলে ৯৬ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে যাৰ ফলত অসমে প্ৰথম ইনিংছত ৩১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd