• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ জয়েৰে ৰচিত হ’ল বৰ্ষাপাৰা ষ্টেডিয়ামৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাস; আঠ উইকেটত সহজ জয় টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 9:20 pm
21-10-18 Guwahati- cricket- Rohit Sharma century (13)

ফাইল ফটো : য়ুবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন এদিনীয়াত ভাৰতে ৱেষ্ট ইণ্ডিজ দলক ৮ উইকেটত পৰাস্ত কৰে।

মেচখনত ৱেষ্ট ইণ্ডিজ দলে নিৰ্ধাৰিত ৫০ অভাৰত ভাৰতক ৩২৩ ৰানৰ এক বিশাল লক্ষ্য বান্ধি দিছিল যদিও ভাৰতে ৪২.১ অভাৰতে মাত্ৰ দুটা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্যত উপনীত হয়।

Apply Now

মেচখনত ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে ১০৭টা বলত বিস্ফোৰক ১৪০ ৰানৰ ইনিংছ খেলাৰ লগতে অপেনাৰ ৰোহিত শৰ্মাইও শতকীয় ইনিংছ খেলে। ৰোহিত শৰ্মাই ১১৭টা বলত ১৫২ ৰান কৰি অপৰাজিত হৈ ৰয়।

আজিৰ মেচখনত ব্যক্তিগত ৩৬ নম্বৰ শতক অৰ্জন কৰা ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আনহাতে ৰোহিত শৰ্মাই এদিনীয়াত নিজৰ ব্যক্তিগত ২০ নম্বৰ শতকটো সম্পূৰ্ণ কৰে।

উল্লেখ্য যে টছত জয়ী হৈ প্ৰথমে বেট ধৰা ৱেষ্ট ইণ্ডিজ দলে চিমৰন হেটমেয়েৰৰ বিস্ফোৰক ১০৬ ৰান আৰু অপেনাৰ কাইৰন পাৱেলৰ ৫১ ৰানৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেট হেৰুৱাই ৩২২ ৰান কৰিবলৈ সক্ষম হয়।

ইফালে ভাৰতীয় দলে ৩২৩ ৰানৰ লক্ষ্য আগত লৈ নিজৰ ইনিংছ মুকলি কৰি আৰম্ভণিতে অপেনাৰ শিখৰ ধাৱানৰ উইকেটটো হেৰুৱাই শলঠেকত পৰিছিল যদিও অধিনায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰ্শনীয় বেটিঙৰ সহায়ত মেচখন সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰনত আনিবলৈ সক্ষম হয়। দুযোজন খেলুৱৈয়ে ২৪৬ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰছিপ আগবঢ়ায়।

মেচখনত ৱেষ্ট ইণ্ডিজৰ দলৰ বলাৰে ভাৰতীয় অধিনায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ওপৰত কোনো ধৰণৰ চাপ পেলাবলৈ সক্ষম নহ’ল। ৱেষ্ট ইণ্ডিজৰ হৈ থমাছ আৰু বিশ্বুৱে এটাকৈ উইকেট দখল কৰে।

আনহাতে ভাৰতৰ হৈ মহম্মদ চামিয়ে ২টা, চাহালে ৩টা, খলীল আহমেদে ১টা আৰু ৰবিন্দ্ৰ জাদেজাই দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd