• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত মাহৰ শেষৰফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2018 1:06 pm
ACA Press Meet

ফটো : য়ু বি

197
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাধিক চৰ্চিত হৈ থকা বিষয় অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অহা ১৬ ডিচেম্বৰত হ’ব লগীয়া গৱৰ্নিং ব’ডিৰ সভাতে নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। বৃহস্পতিবাৰে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি দেৱজিৎ শইকীয়াই।

উপ-সভাপতিগৰাকীয়ে লগতে জনায় যে এইবাৰ গঠন হ’ব লগীয়া কাৰ্যকৰী সমিতিখনত সভাপতি, উপ-সভাপতি, সম্পাদক, যুটীয়া সম্পাদকে ধৰি কোষাধ্যক্ষহে থাকিব।

আনহাতে অসম ক্ৰিকেট সন্থাৰ (এ চি এ) সংশোধিত সংবিধানখনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাম-কাজ চোৱাচিতা কৰা প্ৰশাসক কমিটীয়ে সন্মতি প্ৰদান কৰা বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে। তদুপৰি নতুন সংবিধানৰ নিয়ম অনুসৰি নিৰ্বাচনী বিষয়া হিচাপে ৰাজ্যৰ প্ৰাক্তন নিৰ্বাচন আয়োগৰ বিষয়া বীৰেন দত্তক নিযুক্তি দিয়া হৈছে।

ইফালে, বি চি চি আইৰ নতুন সংবিধানৰ নিয়ম অনুসৰি এজন মুখ্য কাৰ্যবাহী বিষয়া আৰু ৰাজ্যৰ ছটা মণ্ডলৰ বাবে ছজন মেনেজাৰো নিযুক্তি দিয়া হ’ব বুলি উপ-সভাপতি শইকীয়াই সংবাদমেলত প্ৰকাশ কৰে।

ইফালে কালিৰ সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইও উপস্থিত থাকি সংবাদকর্মীয়ে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd