• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহাত ৩১ জানুৱাৰিৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দশম বিশেষ অধিৱেশন

মিণ্টু দাস by মিণ্টু দাস
December 8, 2018 7:45 am
sahitya sabha , Raha.photo

শুকুৰবাৰে নগাঁবত অসম সাহিত্য সভাৰ বিষয়ববীয়া। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩১ জানুৱাৰিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাত অনু্ষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক ৰহা অধিৱেশন উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিৰ মাজত এক চুক্তি সম্পাদিত হয়।

অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয় লাল চান্দ টোডী প্ৰেক্ষাগৃহত সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত চুক্তি সম্পাদন কাৰ্যসূচীত চুক্তিপত্ৰত স্বাক্ষৰ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু আদৰণি সমিতিৰ সাধাৰণ সম্পাদিকা বিনু লস্কৰ ঠাকুৰীয়াই।

Apply Now

অনুষ্ঠানত অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সাংবাদিকৰ আগত কয় যে এই অধিবেশনখনে অসমৰ জাতীয় জীৱনৰ বহু কেইটা দিশক গতি প্ৰদান কৰিব। তেওঁ কয় যে অধিৱেশনলৈ চৰকাৰী পক্ষৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ কৰা হ’ব। সেই অনুষ্ঠানতে আমি একেলগে কথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিম।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ তালিকা ওলোৱাৰ পিচত যি সকল বিদেশী বুলি চিনাক্ত কৰা হ’ব তেওঁলোকক প্ৰত্যৰ্পণ কৰিবই লাগিব। ডঃ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট বুলি কয়। তেওঁ লগতে কয় যে এই বিধেয়কখনৰ প্ৰসংগত অসমৰ জনসাধাৰণ যি পক্ষত আছে আমি সেই পক্ষতে দৃঢ়ভাবে থাকিম।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সাংবাদিকক কয় যে অধিৱেশনলৈ বহু কেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তাবিদ, গৱেষক আহিব। সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক অৱনী মোহন চহৰীয়া, ধন ভঁ‌ড়ালী কনক কুমাৰ বৰা, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা, মংগলদৈ কাৰ্যালয়ৰ সম্পাদক শৈলেন কুমাৰ ৰাজবংশী, নগাঁও কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰ নাথ সুত, সাহিত্য অকাডেমী বটা প্ৰাপ্ত বিপুল দেউৰীকে ধৰি নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু ৰহা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কমল চন্দ্ৰ শৰ্মা তথা আন বিষয়ববীয়া উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

দুবাৰকৈ আই পি এলৰ খিতাপ জয়, তথাপিও ভাৰতীয় দলত স্থান নাপালে ৰজত পাটীদাৰে

June 7, 2026 6:30 pm
অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd