• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাউলীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি : কেইবাজনো লোক আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2018 9:07 am
2017-04-20

হাউলী ৰাজ্যিক হাস্পাতাল। ফাইল ফটো

597
VIEWS
Share on FacebookShare on Twitter

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপেটা জিলাৰ হাউলীত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাউলী চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ আঁতৰত ভবানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এখন যাত্ৰীবাহী মেজিকে বাইক আৰু চাইকেল আৰোহীক খুন্দিয়ায়।

উক্ত দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে ততাতয়াকৈ আহতসকলক হাউলী হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰে দুজনক সংকটজনক অৱস্থাত চিকিত্‍সকে বৰপেটালৈ প্ৰেৰণ কৰে।

ইপিনে হাউলীৰ চিকিৎসালয়খনত এম্বুলেঞ্চৰ সুবিধা নাছিল। কিন্তু এম্বুলেঞ্চ নাপাই একাংশ ক্ষুব্ধ লোকে চিকিৎসালয়খনত তাণ্ডৱ চলায়। উত্তেজিত লোকসকলে চিকিত্‍সক, চিকিত্‍সা কৰ্মীক আক্ৰমণ কৰাৰ লগতে চিকিৎলায়খনৰ আচবাব ভাঙি-ছিগি লণ্ডভণ্ড কৰে।

আনহাতে, ঘটনাৰ খৱৰ পাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়খনলৈ অহা  আৰক্ষীকো উত্তেজিত লোকৰ দলটোৱে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত  দেৰছুং নাৰ্জাৰী, চাজন আলী আৰু আমিৰ আলী নামৰ ৩ জন আৰক্ষীৰ লোক আহত হয়। তদুপৰি, উন্মত্ত দলটোৱে আৰক্ষীৰ গাড়ীৰো ক্ষতিসাধন কৰে।

ইপিনে, হাউলী আৰক্ষীয়ে ঘটনাৰে জড়িত ১২জন যুৱকক আটক কৰাৰ লগতে ১৫খন বাইকো জব্দ কৰিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd