• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলৰ বুলুং গাঁৱৰ বুকুত আজি উন্মোচিত হ’ল সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 15, 2018 6:51 pm
Arunachal-Pradesh-Bhupen-Hazarika-statue-inauguration-1-750x375
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলাৰ বুলুং গাঁও আজি পাহাৰ-ভৈয়ামৰ সংস্কৃতিৰ মিলন ভূমিলৈ পৰিণত হ’ল।অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু, উপ মুখ্য মন্ত্ৰী ছ’না মেন আৰু অসমৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে  লৱাৰ ডিবাং ভেলীৰ বুলুং গাঁৱত সুধাকণ্ঠৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে।

উল্লেখযোগ্য যে ডিবাং ভেলী জিলাৰ  ভূপেন হাজৰিকাৰ বন্ধু গ’ৰা পাৰ্টিনৰ বুলুং গাঁওস্থিত ৬২ ভিল্লা নামৰ গৃহৰ চোতালত অৰুণাচলৰ চৰকাৰ আৰু অৰুণাচল লিটাৰেৰী ছ’চাইটিৰ পৃষ্ঠপোষকতাত উক্ত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি তুলিছে অসমৰ বিশিষ্ট ভাস্কৰ্যবিদ বীৰেন সিংহই।

Apply Now

এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, সাহিত্যিক য়েছে দৰজে ঠংচিৰ লগতে অসম সাহিত্য সভা তথা অৰুণাচল সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়ববীয়া, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ মনীষা হাজৰিকা, বিদ্যুৎ ভূঞাঁ, মঞ্জুলা হাজৰিকাৰ লগতে সুধাকণ্ঠৰ পৰিয়ালৰ সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকা, ভাস্কৰ্যবিদ বীৰেন সিংহৰ লগতে মূৰ্তিটো নিৰ্মাণৰ বাবে মাটি আৱণ্টন দিয়া বুলুঙৰ পাৰ্টিন পৰিয়াল তথা আছু আৰু অৰুণাচল ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে শতসহস্ৰ জনতা।

এই উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অৰুণাচলত বাস কৰা আদি, আৱৰ, মিছিমি, খামটি ইত্যাদিৰ লগতে অন্যান্য জনগোষ্ঠী আৰু অসমৰ বিহু, নেপালী, মিচিং আদি জনগোষ্ঠীৰ শিল্পীয়ে অংশ লৈ সাংস্কৃতিক একতা, এনাজৰী আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰে৷

উল্লেখযোগ্য যে বৰ্তমান সময়তো পাৰ্টিন পৰিয়ালে ভূপেন হাজৰিকাদেৱে তেওঁলোকৰ ঘৰলৈ আহিলে ব্যৱহাৰ কৰা বস্তুসমূহ যেনে জনগোষ্ঠীয় পানীয় গ্ৰহণ কৰা আপং বাটিকেইটা, তেওঁ ব্যৱহাৰ কৰা বিছনাখন, ৰেডিও আৰু গা’ত লোৱা এৰি কাপোৰ আদি আজিও সযতনে ৰাখিছে।

আজিৰ উক্ত সভাতেই সাহিত্যিক য়েছে দৰজে ঠংচিৰ সম্পাদনাত ‘সেতুবন্ধন’ নামেৰে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd