DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰুণাচলৰ বুলুং গাঁৱৰ বুকুত আজি উন্মোচিত হ’ল সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 15, 2018 6:51 pm
Arunachal-Pradesh-Bhupen-Hazarika-statue-inauguration-1-750x375
534
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলাৰ বুলুং গাঁও আজি পাহাৰ-ভৈয়ামৰ সংস্কৃতিৰ মিলন ভূমিলৈ পৰিণত হ’ল।অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু, উপ মুখ্য মন্ত্ৰী ছ’না মেন আৰু অসমৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে  লৱাৰ ডিবাং ভেলীৰ বুলুং গাঁৱত সুধাকণ্ঠৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে।

উল্লেখযোগ্য যে ডিবাং ভেলী জিলাৰ  ভূপেন হাজৰিকাৰ বন্ধু গ’ৰা পাৰ্টিনৰ বুলুং গাঁওস্থিত ৬২ ভিল্লা নামৰ গৃহৰ চোতালত অৰুণাচলৰ চৰকাৰ আৰু অৰুণাচল লিটাৰেৰী ছ’চাইটিৰ পৃষ্ঠপোষকতাত উক্ত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি তুলিছে অসমৰ বিশিষ্ট ভাস্কৰ্যবিদ বীৰেন সিংহই।

এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, সাহিত্যিক য়েছে দৰজে ঠংচিৰ লগতে অসম সাহিত্য সভা তথা অৰুণাচল সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়ববীয়া, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ মনীষা হাজৰিকা, বিদ্যুৎ ভূঞাঁ, মঞ্জুলা হাজৰিকাৰ লগতে সুধাকণ্ঠৰ পৰিয়ালৰ সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকা, ভাস্কৰ্যবিদ বীৰেন সিংহৰ লগতে মূৰ্তিটো নিৰ্মাণৰ বাবে মাটি আৱণ্টন দিয়া বুলুঙৰ পাৰ্টিন পৰিয়াল তথা আছু আৰু অৰুণাচল ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে শতসহস্ৰ জনতা।

এই উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অৰুণাচলত বাস কৰা আদি, আৱৰ, মিছিমি, খামটি ইত্যাদিৰ লগতে অন্যান্য জনগোষ্ঠী আৰু অসমৰ বিহু, নেপালী, মিচিং আদি জনগোষ্ঠীৰ শিল্পীয়ে অংশ লৈ সাংস্কৃতিক একতা, এনাজৰী আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰে৷

উল্লেখযোগ্য যে বৰ্তমান সময়তো পাৰ্টিন পৰিয়ালে ভূপেন হাজৰিকাদেৱে তেওঁলোকৰ ঘৰলৈ আহিলে ব্যৱহাৰ কৰা বস্তুসমূহ যেনে জনগোষ্ঠীয় পানীয় গ্ৰহণ কৰা আপং বাটিকেইটা, তেওঁ ব্যৱহাৰ কৰা বিছনাখন, ৰেডিও আৰু গা’ত লোৱা এৰি কাপোৰ আদি আজিও সযতনে ৰাখিছে।

আজিৰ উক্ত সভাতেই সাহিত্যিক য়েছে দৰজে ঠংচিৰ সম্পাদনাত ‘সেতুবন্ধন’ নামেৰে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd