• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃতী শিক্ষক প্ৰয়াত অৰবিন্দ চৌধুৰীক শ্ৰদ্ধাৰে সুঁৱৰিলে পাঠশালাৰ ৰাইজে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 7:15 pm
Pathsala
572
VIEWS
Share on FacebookShare on Twitter

পাঠশালাৰ কৃতী শিক্ষক সদ্য প্ৰয়াত অৰবিন্দ চৌধুৰীৰ সোঁৱৰণত অলপতে পাঠশালা ৰাইটাৰ্ছ ফ’ৰামৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভা অনুষ্টিত হয়। যোৱা ১২ ডিচেম্বৰত অনুষ্টিত উক্ত সভাত সভাপতিত্ব কৰি বজালীৰ জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মী গিৰিধৰ চৌধুৰীয়ে কয়, ‘শূন্যৰ পৰা আৰম্ভ কৰি অতি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে চৌধুৰীয়ে একমাত্ৰ নিজৰ মেধা, সততা আৰু সাহসৰ বলত জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।’

অৰবিন্দ চৌধুৰী এগৰাকী আদৰ্শ শিক্ষক আছিল বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে ‘ভুল কৰা মানুহক শুধৰাই’ গঢ় দিয়াৰ ‘আদৰ্শৰে কাম কৰা মানুহ আছিল প্ৰয়াত শিক্ষক চৌধুৰী। তদুপৰি বহু ছাত্ৰক সংস্থাপন প্ৰদানৰ ক্ষেত্ৰত তেওঁৰ অকৃপণ অৱদান আছে।’

প্ৰয়াত চৌধুৰীৰ সহধৰ্মিনী ভৱানী চৌধুৰীয়ে তেওঁৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰা সভাখনৰ আঁত ধৰি ৰাইটাৰ্ছ ফ’ৰাম অসমৰ সম্পাদক কবি পুৰন্দৰ পাটগিৰিয়ে কয়, ‘অৰবিন্দ চৌধুৰীৰ অভাৱ শিক্ষক হিচাপে সমগ্ৰ বজালী অঞ্চলতে অনাগত দিনত অভিভাৱকসকলে নিৰন্তৰ অনুভৱ কৰিব।’ ব্যক্তি হিচাপেও তেখেত সৰল মনৰ লোক আছিল। ন্যায়ৰ পক্ষৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিব পাৰিছিল।’

উল্লেখযোগ্য যে বজালীৰ ছহিদ ৰাউতা-মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰবিন্দ চৌধুৰীৰ যোৱা ২ ডিচেম্বৰত পাঠশালাৰ মিলনপুৰস্থ নিজা বাসগৃহত ষ্ট্ৰ’ক হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। ১২ ডিচেম্বৰৰ সভাত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিৰুদ্দিন আহমেদ, বজালী কবিতা কাননৰ সভাপতি প্ৰমোদ শৰ্মাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে প্ৰয়াত চৌধুৰীৰ স্মৃতি ৰোমন্থন কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd