• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৱেষক-ভাষাবিদ ড০ উপেন ৰাভা হাকাচামলৈ ‘ঐক্য সমন্বয় বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 12:57 pm
Upen Rabha hakasam

ফটোৰ উৎস : ফেইচবুক।

479
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্য’ই ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ ডিচেম্বৰত গৱেষক-ভাষাবিদ ড° উপেন ৰাভা হাকাচামক ‘ঐক্য সমন্বয় বঁটা’ প্ৰদান কৰে। ২৫ ডিচেম্বৰত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত হাকাচামক এই বঁটা প্ৰদান কৰা হয়। বঁটাত আছে এক লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

বঁটা প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই হাকাচামৰ কামৰ প্ৰশংসা কৰি কয় যে ড০ উপেন ৰাভা হাকাচামক সমন্বয়ৰ বঁটা প্ৰদান কৰি ঐক্যই বৰ ভাল কাম কৰিছে। “আমি সকলোৱে দৃষ্টিভংগি সলাব লাগিব। বিচ্ছিন্নতাৰ মানসিকতাৰ পৰা আমি আঁতৰি থাকিব লাগিব। আমি ভাল পাবলৈ শিকিব লাগিব।” ডেকাই কয়।

আনহাতে বঁটা গ্ৰহণ কৰি ড০ হাকাচামে কয় যে এই বঁটাৰ বাবে তেওঁক বাছনি কৰাত তেওঁ আচৰিত হৈছে। এই বঁটাৰ প্ৰতিদান দিব পৰাকৈ নিজৰ সামৰ্থ্যৰ কথা ভাবি তেওঁৰ বুকু দুৰু দুৰু কঁপিছে বুলি মন্তব্য কৰে।

“পাৰিম নে মই ২৫ বছৰীয়া ৰূপালী বৰ্ষ গৰকা অসমৰ সমন্বয় আৰু ঐক্যৰ হকে নীৰৱে কাম কৰি অহা শিৱসাগৰৰ চেনেহুৱা মৰমৰ প্ৰতিদান দিবলৈ, হেঁপেহুৱা প্ৰত্যাশা পূৰণ কৰিবলৈ।‘’ হাকাচামে কয়।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি ড০ সমৰজ্যোতি মহন্ত, ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়াও উপস্থিত আছিল।

Recent News

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd